শিৱসাগৰত মিডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্ছ এচছিয়েনৰ সংবাদমেলত সম্বোধন কৰে মিডিয়া মেনেজমেণ্ট এণ্ডৰিচাৰ্ছ এচছিয়েনৰ সভাপতি ড° জাকিৰুল আলমে।সংবাদ মেলত অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মুছলমান সম্প্ৰদায়ৰ আস্থাবৃদ্ধি পোৱাৰ কথা প্ৰকাশ কৰে এম, এম, আৰ, এ নামৰ সংস্থাটোৱে।২০২৩/২৪ চনত সম্প্ৰদায় টোৰ এক তৃতীয়াংশ লোকৰ মাজত চলোৱা জৰীপৰ পাছতেই ৰাজহুৱা কৰিছে এই কথা।অধ্যাপক, গৱেষক ছাত্ৰৰ সহযোগত জৰীপ চলাইছিল এই সংস্থাটোৱে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত মুছলমান সম্প্ৰদায় টোৱে বহুত সুবিধা পাইছে।সেয়ে তেওঁৰ প্ৰতি আস্থা বৃদ্ধি পাইছে। অৱশ্যে সম্প্ৰদায়টোৰ অজ্ঞতাৰ কাৰণেও কিছুমান সা-সুবিধাৰ প্ৰতি বঞ্চিত হৈছে বুলি স্বীকাৰ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
वाशिम मध्ये बंजारा तिज उत्सवाची उत्साहात सांगता.
वाशिम मध्ये बंजारा तिज उत्सवाची उत्साहात सांगता.
সোণাৰিত কৃত্ৰিম বানত ক্ষতিগ্ৰস্ত পৌৰবাসী
এজাক বৰষুণত বুৰিল সোণাৰি নগৰ।
সোণাৰি, ২৭ জুলাই: যোৱা নিশা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বুৰিল...
দূৰ্গা পূজাৰ পাছতে কেঁচাচাহপাতৰ মূল্য অধিক হ্ৰাস হোৱাত মৰাণ হাটত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ।
অভাৱনীয় ভাৱে কেঁচা চাহপাতৰ মূল্য হুাস পোৱাত ক্ষুদ্ৰ চাহ খেতিয়ক সকল ক্ষোভিত হৈছে।বৰ্ত্তমান...
Gujarat: PM मोदी ने किया विभिन्न परियोजनाओं का उद्घाटन और शिलान्यास, गिफ्ट सिटी का भी करेंगे दौरा
गांधीनगर (गुजरात),प्रधानमंत्री नरेंद्र मोदी ने गुजरात में लगभग 4,400 करोड़ रुपये की विभिन्न...