শিৱসাগৰত মিডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্ছ এচছিয়েনৰ সংবাদমেলত সম্বোধন কৰে মিডিয়া মেনেজমেণ্ট এণ্ডৰিচাৰ্ছ এচছিয়েনৰ সভাপতি ড° জাকিৰুল আলমে।সংবাদ মেলত অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মুছলমান সম্প্ৰদায়ৰ আস্থাবৃদ্ধি পোৱাৰ কথা প্ৰকাশ কৰে এম, এম, আৰ, এ নামৰ সংস্থাটোৱে।২০২৩/২৪ চনত সম্প্ৰদায় টোৰ এক তৃতীয়াংশ লোকৰ মাজত চলোৱা জৰীপৰ পাছতেই ৰাজহুৱা কৰিছে এই কথা।অধ্যাপক, গৱেষক ছাত্ৰৰ সহযোগত জৰীপ চলাইছিল এই সংস্থাটোৱে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত মুছলমান সম্প্ৰদায় টোৱে বহুত সুবিধা পাইছে।সেয়ে তেওঁৰ প্ৰতি আস্থা বৃদ্ধি পাইছে। অৱশ্যে সম্প্ৰদায়টোৰ অজ্ঞতাৰ কাৰণেও কিছুমান সা-সুবিধাৰ প্ৰতি বঞ্চিত হৈছে বুলি স্বীকাৰ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सावधान, बाइक- स्कूटर पर बैठने से पहले देख ले, कहीं कोबरा सांप तो नहीं, फिर घटना आई सामने
.सरस्वती कॉलोनी इलाके में एक मोटरसाइकिल पर भारी भरकम कोबरा आकर बैठ गया,,,
कोबरा मोटरसाइकिल...
પાલનપુરના બાદરપુરા ગામે ફૂડ વિભાગની કાર્યવાહી
બેકરીની દુકાનમા લાલ ચટની ના સેમ્પલ લઇ જથ્થો સીજ કર્યો
બ્રેકિંગ ન્યૂઝ
બનાસકાંઠા
પાલનપુરના બાદરપુરા ગામે ફૂડ વિભાગની કાર્યવાહી
...
ડીસામાં યુ.જી.વી.સી.એલ. દ્વારા 132 કે.વી. સબ સ્ટેશનનું સમારકામ હાથ ધર્યું
ડીસામાં આજે UGVCL દ્વારા 132 KV સબ સ્ટેશનનું સમારકામ હાથ ધરાયું હોવાથી વિજ પુરવઠો બંધ રખાયો હતો...
चिपळूण - संगमेश्वर मधे राष्ट्रवादी कॉंग्रेसला धक्का; आमदार निकम यांचे निकटवर्ती रमेश कानावले भाजपात
संगमेश्वर : महाविकास आघाडी सरकार कोसळले आणि शिवसेनेसोबत इतर घटक पक्षांना कमीअधिक प्रमाणात गळती...
Ac#--"খুদ আহোম সম্প্ৰদায়ৰ মন্ত্ৰী বিধায়কে তাই আহোম সকলক প্ৰতাৰণা কৰিছে, জনজাতি ক্ষেত্ৰত কোন ধৰণৰ আগ ভাগ লোৱা নাই আহোম সম্প্ৰদায়ৰ মন্ত্ৰী বিধায়কে, নৰেন্দ্ৰ মোডীক মিছলীয়া আখ্যা, মূখ্যমন্ত্ৰীৰ গাদী যায় বুলি জনজাতিকৰণ কৰা নাই।
মৰাণত আজি টাইপাৰ আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণ নগৰৰ মাজমজিয়াৰ...