আজিৰে পৰা তিনিদিনীয়াকৈ নলবাৰী জিলা দিৱস আৰম্ভ হয়৷আজি পূৱা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই পতাকা উত্তোলনৰে জিলা দিৱসৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে৷উল্লেখ্য যে বিগত ১৯৮৫ চনৰ ১৪ আগষ্টত প্ৰয়াত মন্ত্ৰী ডা°ভূমিধৰ বৰ্মনে জিলাখন উদ্বোধন কৰিছিল৷ইয়াৰ আগতে জিলাখন কামৰূপ জিলাৰ অন্তৰ্গত আছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BSNL ने पेश किया नया रिचार्ज प्लान, 30 दिनों की वैलिडिटी के साथ मिलते हैं कई खास बेनिफिट्स
भारत मे जियो और एयरटेल के अलावा एक और टेलीकॉम कंपनी है जो काफी चर्चा में रहती है। हम बात कर रहे...
વલસાડ: પોલીસે રિક્ષામાંથી ૨૭૨ ટીન બિયર અને વિદેશી દારૂ ઝડપ્યો
વલસાડ: પોલીસે રિક્ષામાંથી ૨૭૨ ટીન બિયર અને વિદેશી દારૂ ઝડપ્યો
भारत बोला- हिंदुओं की सुरक्षा सुनिश्चित करें बांग्लादेश:चटगांव में हिंदुओं पर हमले की निंदा की
बांग्लादेश के चटगांव में हिंदुओं पर हुए हमले की भारत ने निंदा की है। बांग्लादेश से हिंदुओं की...
Kulachalar Muktilav || Bhavna Demonstration || by all the children in the village of Dk Baligaon
Kulachalar Muktilav Bhavna Demonstration by all the children in the village of Dhakuakhana Baligaon.
তিনিচুকীয়াত ১৪ সংখ্যক বদৌচা কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠক
তিনিচুকীয়াত ১৪ সংখ্যক বদৌচা কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠক