কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰনালয়ৰ উদ্যোগত শ্বহীদৰ নামত উচৰ্গিত দৰং জিলাৰ দুটি পথ আৰু এটি চ’ক ৷কেন্দ্ৰীয় সংৰক্ষিত অৰ্ধ সামৰিক বাহিনী CRPF আৰু দৰং জিলা প্ৰশাসনৰ যৌথ সহযোগত উচৰ্গিত পথ দুটা ৷বইনাওজাৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় পথ সংযোগী পথটিৰ নাম শ্বহীদ চিপাহী শৈলেন্দ্ৰ ভৰদ্বাজ নামত আৰু মেনাপাৰাৰ পৰা চপাই সংযোগী পথটি শ্বহীদ চিপাহী ধীৰেণ ডেকা নামত উচৰ্গিত ৷আজি কেন্দ্ৰীয় সংৰক্ষিত অৰ্ধ সামৰিক বাহিনী CRPF আৰু দৰং জিলা প্ৰশাসনৰ যৌথ উদ্যোগত উচৰ্গিত পথ দুটা ৷উল্লেখযোগ্য যে ২০০৮ বৰ্ষত শ্বহীদ শৈলেন্দ্ৰ ভৰদ্বাজ আৰু শ্বহীদ ধীৰেণ ডেকা চত্ৰিছগড়ত নস্কাল পন্থী উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হৈছিল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विश्व हिंदू परिषदेचा धर्माबाद येथे मूक मोर्चा
विश्व हिंदू परिषदेचा धर्माबाद येथे मूक मोर्चा,कायदा व सुव्यवस्था अबाधित ठेवण्यासाठी तहसीलदारांना...
શ્રી રામેશ્વર મહાદેવ મંદિર ખાતે આજે બહેનો દવરા કેવડા ત્રીજની પૂજા કરાઈ..
આજે ડીસાના ભોંયણ ગામે આવેલ રામેશ્વર મહાદેવ મંદિર ખાતે કેવડા ત્રીજની બહેનો દવરા પૂજા કરાઈ..
Yamaha R3 और MT-03 कल मारेगी एंट्री, लॉन्च से पहले जानिए संभावित कीमत, डिजाइन और डायमेंशन
Yamaha Motor India की ओर से जल्द ही घरेलू बाजार में R3 और MT-03 को नए अवतार में पेश किया जाएगा।...
વિવેકાનંદ સ્કૂલ આગળ 3 કલાક સુધી દારૂડિયા એ કરી કરામત.. #aajtaklivegujaratinewstoday
વિવેકાનંદ સ્કૂલ આગળ 3 કલાક સુધી દારૂડિયા એ કરી કરામત.. #aajtaklivegujaratinewstoday