কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰনালয়ৰ উদ্যোগত শ্বহীদৰ নামত উচৰ্গিত দৰং জিলাৰ দুটি পথ আৰু এটি চ’ক ৷কেন্দ্ৰীয় সংৰক্ষিত অৰ্ধ সামৰিক বাহিনী CRPF আৰু দৰং জিলা প্ৰশাসনৰ যৌথ সহযোগত উচৰ্গিত পথ দুটা ৷বইনাওজাৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় পথ সংযোগী পথটিৰ নাম শ্বহীদ চিপাহী শৈলেন্দ্ৰ ভৰদ্বাজ নামত আৰু মেনাপাৰাৰ পৰা চপাই সংযোগী পথটি শ্বহীদ চিপাহী ধীৰেণ ডেকা নামত উচৰ্গিত ৷আজি কেন্দ্ৰীয় সংৰক্ষিত অৰ্ধ সামৰিক বাহিনী CRPF আৰু দৰং জিলা প্ৰশাসনৰ যৌথ উদ্যোগত উচৰ্গিত পথ দুটা ৷উল্লেখযোগ্য যে ২০০৮ বৰ্ষত শ্বহীদ শৈলেন্দ্ৰ ভৰদ্বাজ আৰু শ্বহীদ ধীৰেণ ডেকা চত্ৰিছগড়ত নস্কাল পন্থী উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হৈছিল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સિદ્ધેશ્વર મહાદેવ મંદિર ખાતે વિવિધ ધાર્મિક કાર્યક્રમ યોજાયા.
સિદ્ધેશ્વર મહાદેવ મંદિર ખાતે વિવિધ ધાર્મિક કાર્યક્રમ યોજાયા.
વિસનગર : રોડ પર સાઈડમાં જતી મહિલાને કારચાલકે ટક્કર મારતાં ગંભીર ઇજા; સારવાર દરમિયાન મહિલાનું મોત
વિસનગર : વિસનગર તાલુકાના ગુંજાળા ગામથી મેઘા અલિયાસણા જવાના રોડ પર સાઈડમાં ચાલતી મહિલાને અલ્ટો...
બોટાદ : રોજિંદ ગામે મૃતકના પરીવાર જનોની ભાજપ આગેવાનોએ લીધી મુલાકાત
બોટાદ : રોજિંદ ગામે મૃતકના પરીવાર જનોની ભાજપ આગેવાનોએ લીધી મુલાકાત
Full Interview: Drishti IAS सेंटर सील होने के बाद पहली बार बोले Vikas Divyakirti | Rau'sIAS | AajTak
Full Interview: Drishti IAS सेंटर सील होने के बाद पहली बार बोले Vikas Divyakirti | Rau'sIAS | AajTak