স্বাধীনতাৰ ৭৫ বছৰ পুৰ্তি তথা আজাদী কা অমৃত মহোৎসৱ' ৰ অংগ হিচাপে "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসুচী সফল ৰূপায়ন কৰাৰ উদ্দেশ্যে এতিয়া চাৰিও ফালে সচেতনতা ৰেলি৷ ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট লৈ প্ৰতি ঘৰতে ত্ৰিৰংগা পতাকা উৰুৱাবলৈ ৰাইজক সজাগ কৰিবলৈ এতিয়া চাৰিও ফালে সজাগতা ৰেলি৷ পুৱাই বন্দে মাতৰম,ভাৰত মাতা কি জয় ধ্বনীৰে প্ৰতিধ্বনিত হল বালিপৰাৰ আকাশ বতাহ । চাৰিদুৱাৰস্থীত ৩০ নং বেটেলিয়নৰ উদ্যোগত বালিপৰাৰ ৰাজপথত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাহিৰ কৰে এই সচেতনতা ৰেলী। পুৱা বাহিৰ কৰা প্ৰভাত ফেৰীত বিদ্যালয়খনৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰী শিক্ষক সমাজ আৰু ৩০ নং চি.আৰ.পি. এফৰ জোৱানসকলে অংশগ্ৰহন কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিৰ ভজোত অসম যুৱ অলিম্পিকত সফলতা লাভ কৰা চৰাইদেউৰ খেলুৱৈ দলক আদৰণি
গুৱাহাটীত অনুষ্ঠিত হোৱা অসম যুৱ অলিম্পিকত মুঠ ২৩ পদক লাভেৰে বিশেষ সফলতা লাভ কৰে চৰাইদেউ জিলাৰ...
Five States Assembly Election Date: शुरु हुई चुनाव आयोग की Press Conference, देखें
Five States Assembly Election Date: शुरु हुई चुनाव आयोग की Press Conference, देखें
বৰমা বৰজাৰত 'ৱাৰিও'ৰ উদ্যোগত বস্ত্ৰ বেংক মুকলি:
:- বৰমাৰ নিকটৱৰ্তী বৰজাৰত 'ৱাৰিও'ৰ উদ্যোগত মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা আৰু জ্যোতিৰ্ময়...
कापरेन पुलिस ने 4 किलो 26 ग्राम गांजा बरामद व दो आरोपियों गिरफ्तार केशवरायपाटन ।
कापरेन पुलिस ने 4 किलो 26 ग्राम गांजा बरामद व दो आरोपियों गिरफ्तार केशवरायपाटन ...