আজাদি কা অমৃত মহোৎসৱৰ উপলক্ষে আজি মৰাণৰ তিলৈ নগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত মৰাণ সমষ্টি ৭৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আৰু চেক বিতৰণৰ এক অনুষ্ঠান অনুষ্ঠিত হয় । ইয়াৰে শিক্ষক আৰু সামাজিক ক্ষেত্ৰতলৈ আগবঢ়োৱা ২৫ গৰাকী ব্যক্তিক সম্বৰ্ধনা আৰু ৫০ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ চেক বিতৰণ কৰা হয় । অনুষ্ঠানটোত সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিধায়ক চক্ৰধৰ গগৈসহ বহু কেইগৰাকী দলীয় নেতা কৰ্মী উপস্থিত থাকি বক্তব্য আগবঢ়াই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દિલ્હીમાં દારૂ પરનું ડિસ્કાઉન્ટ સંપૂર્ણપણે ખતમ, જાણો ક્યારે લાગુ થશે નવો નિયમ
1 સપ્ટેમ્બર પછી દિલ્હીમાં દારૂના વેચાણ પર કોઈ ડિસ્કાઉન્ટ કે ઓફર નહીં મળે. તમામ દુકાનો પર...
Shailesh Mehta to contest for second time for the Dabhoi constituency, Vadodara |Gujarat Election
Shailesh Mehta to contest for second time for the Dabhoi constituency, Vadodara |Gujarat Election
Breaking News: हमें खुशी है कि आज कांग्रेस सही मुद्दे को समझ रही है': Rajkumar Bhati | NDA Vs INDIA
Breaking News: हमें खुशी है कि आज कांग्रेस सही मुद्दे को समझ रही है': Rajkumar Bhati | NDA Vs INDIA
PM Modi Visit Ukraine: हाई-टेक सिक्योरिटी और हथियारों से लैस है रेल फोर्स वन, पीएम मोदी इसी ट्रेन से करेंगे सफर; खूबियां जान रह जाएंगे दंग
नई दिल्ली। प्रधानमंत्री नरेन्द्र मोदी पोलैंड से ट्रेन से 10 घंटे का सफर तय करके यूक्रेन...