আজাদি কা অমৃত মহোৎসৱৰ উপলক্ষে আজি মৰাণৰ তিলৈ নগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত মৰাণ সমষ্টি ৭৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আৰু চেক বিতৰণৰ এক অনুষ্ঠান অনুষ্ঠিত হয় । ইয়াৰে শিক্ষক আৰু সামাজিক ক্ষেত্ৰতলৈ আগবঢ়োৱা ২৫ গৰাকী ব্যক্তিক সম্বৰ্ধনা আৰু ৫০ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ চেক বিতৰণ কৰা হয় । অনুষ্ঠানটোত সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিধায়ক চক্ৰধৰ গগৈসহ বহু কেইগৰাকী দলীয় নেতা কৰ্মী উপস্থিত থাকি বক্তব্য আগবঢ়াই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गुनौर एसडीएम कुशल सिंह उतरे सड़क पर, सुबह - सुबह पैदल गुनौर नगर का भ्रमण कर साफ सफाई का लिया जायजा
गुनौर :गुनौर एसडीएम कुशल सिंह ने गुनौर नगर के बस स्टैण्ड, सतना -अमानगंज रोड सीएम राइज स्कूल के...
મુખ્યમંત્રીશ્રી ભૂપેન્દ્ર પટેલ આગામી ગુરુવારે રાજ્ય ‘સ્વાગત’માં પ્રજાજનોની રજૂઆતો સાંભળશે
મુખ્યમંત્રીશ્રી ભૂપેન્દ્ર પટેલ આગામી ગુરુવારે રાજ્ય ‘સ્વાગત’માં પ્રજાજનોની રજૂઆતો...
कांग्रेस पार्षदो से बोले बूंदी एमएलए- विचलित नहीं हो मजबूती के साथ इन परिस्थितियों का सामना करें
बंूदी। विधायक हरिमोहन शर्मा द्वारा कांग्रेस पार्षदों की मंगलवार को बैठक ली। बैठक के दौरान शर्मा...
G20 Summit: चीन के राष्ट्रपति Xi Jinping के भारत न आने के फ़ैसले पर विदेशी मीडिया ने क्या कहा (BBC)
G20 Summit: चीन के राष्ट्रपति Xi Jinping के भारत न आने के फ़ैसले पर विदेशी मीडिया ने क्या कहा (BBC)
51 શક્તિપીઠ મહોત્સવ 2023 નું શુભારંભ , ઉદ્યોગ વિભાગ ના કેબિનેટ મંત્રી સાથે વહીવટી તંત્ર અને સાધુ સંતો દ્વારા દીપ પ્રજલિત કરી 51 શક્તિપીઠ મહોત્સવ ને ખુલ્લું મુકાયું
અંબાજી......
એન્કર-: 51 શક્તિપીઠ મહોત્સવ 2023 નું શુભારંભ , ઉદ્યોગ વિભાગ ના કેબિનેટ...