দেশ তথা ৰাজ্যত আজাদি কা অমৃত মহোৎসৱ পালন কৰি থকাৰ সমান্তৰালভাৱে তামুলপুৰতো হৰ ঘৰ তিৰংগা কাৰ্যসূচী পালন কৰি থকা হৈছে। সমান্তৰাল ভাবে নাগ্ৰিজুলিৰ কোম্পানীবাৰীতো একল অভিযানৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকৰ সহযোগত এক শোভাযাত্ৰা উলিওৱা হয়।দেশ ভক্তি গীতেৰে আৰম্ভ হোৱা শোভাযাত্ৰাত হৰ ঘৰ তিৰংগা,বন্দে মাতৰম আদি শ্লোগানেৰে দুই কিলোমিটাৰ শোভাযাত্ৰাৰ অন্তত জয়পুৰ একল বিদ্যালয় গ্ৰামত সমাপ্ত কৰি বন্তি প্ৰজ্বলন কৰি পতাকা উত্তোলন কৰা হয়। কাৰ্যসূচীত একল অভিযানৰ নাগ্ৰিজুলিৰ স্বঞ্চ প্ৰমুখ জয়মতি নমঃশৰ্মা, বাক্সা জিলাৰ অভিযান প্ৰমুখ দিলীপ শুনাৰ লগতে স্থানীয় ভিচিডিচিৰ অধ্যক্ষ তথা সমাজ কর্মী সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
DANG // ડાંગ જિલ્લાના ચિકટ્યા ગામે હુમલા ખોર દીપડો પાંજરે પુરાયો..
ડાંગ જિલ્લાના આહવા તાલુકામાં આવેલ ચીકટ્યા ગામે તાલુકા પંચાયત ના માજી ઉપપ્રમુખ ઉપર શુક્કરભાઈ ચૌધરી...
Maharashtra Election 2024: महाराष्ट्र BJP नेता पर पैसे बांटने का आरोप, विपक्ष नेताओं ने क्या कहा ?
Maharashtra Election 2024: महाराष्ट्र BJP नेता पर पैसे बांटने का आरोप, विपक्ष नेताओं ने क्या कहा ?
આણંદ વાસીઓ માટે jewellery exhibition
આણંદ વાસીઓ માટે jewellery exhibition
Haryana Election 2024: हरियाणा में मायावती की पहली रैली, बताया गठबंधन जीता तो कौन बनेगा मुख्यमंत्री?
फरीदाबाद। Haryana Election 2024 बसपा सुप्रीमो व उत्तर प्रदेश की पूर्व मुख्यमंत्री मायावती...
গোলাঘাট জিলাত স্বাস্থ্য মেলা
অসম চৰকাৰৰ নিৰ্দেশত গোলাঘাট জিলাৰ প্ৰতিটো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হৈছে...