ভাৰতৰ স্বাধীনতাৰ ৭৫বছৰৰ উপলক্ষে #aajadikaamritmahotsav #HarGharTirangaৰ সজাগতা মূলক লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চা, ওদালগুৰি জিলাৰ অন্তৰ্গত ভৈৰবকুণ্ড আৰু ধনশ্ৰী মণ্ডল যুৱ মৰ্চাৰ সহযোগত ওদালগুৰি বিধানসভা সমষ্টি ভিত্তিক মটৰ চাইকেল ৰেলী অনুষ্ঠিত কৰা হয়।

এই ৰেলীত বি টি আৰ পাৰিষদ মাননীয়া শ্ৰী মতী অৰ্পণ মেধী,ওদালগুৰি জিলাৰ BJP ৰ সভাপতি মাননীয় শ্ৰী সুনিল বসুমতাৰী , ওদালগুৰি জিলাৰ যুৱ মৰ্চাৰ সভাপতি শ্ৰী সমৰ হাজৰিকা , সম্পাদক দ্বয় শ্ৰী যুত Jayanta Parashor Chakraborty আৰু শ্ৰী যুত কুশল বড়ো ডাঙৰীয়া,উপসভানেত্ৰি শ্ৰী মতী সৰলা দাস সহ অন্যান্য বিষয়ববীয়া আৰু কাৰ্যকৰ্তা সকল উপস্থিত থাকে।