ডিব্ৰুগড়ৰ ১৩নং লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ আজি মনোনয়ন প্ৰক্ৰিয়া সম্পন্ন হয়। ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্য্যালয়ত এই প্ৰক্ৰিয়া সম্পন্ন।হয়। ইয়াৰ পিছত মনোনয়ন প্ৰক্ৰিয়াৰ লগত জড়িত সমুহ শুভাকাঙ্খী সতীৰ্থ সকলক কৃতজ্ঞতা ও ধন্যবাদ জ্ঞাপন কৰে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। এই কাৰ্য্যত সহায় কৰাৰ বাবে অধিবক্তামণ্ডলী অজিত বৰগোঁহাই, প্ৰণৱ নেওঁগ, মুক্তাৰ আহমেদ, সাগৰ ৰয়, আচিফ খানৰ প্ৰতিও ধন্যবাদ আৰু কৃতজ্ঞতা যাচে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণালী জয়ন্তীৰ প্ৰাকক্ষণত টিংখাং মহাবিদ্যালয়লৈ গৌৰৱ।
টিংখাং মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী মেধাৱী ছাত্ৰীয়ে । শুক্ৰবাৰে ঘোষণা কৰা স্নাতক...
Eye Flu: क्या आई फ्लू से बचा सकता है कोई Eye Drop? । Conjunctivitis | Interview
Eye Flu: क्या आई फ्लू से बचा सकता है कोई Eye Drop? । Conjunctivitis | Interview
દિયોદરના સામલા-વડાણા નજીક બે બાઇક અને ટ્રક વચ્ચે અકસ્માત સર્જાતાં એક વ્યકિતનું મોત : બે વ્યક્તિઓ ગંભીર
દિયોદરના સામલા-વડાણા પાસે સોમવારે સાંજે બે બાઇક અને ટ્રક વચ્ચે ત્રિપલ અકસ્માત સર્જાયો હતો.જેમાં...
Pushkar Mela 2023 में मिला भारत का सबसे लंबा घोड़ा, मालिक को कमाई जान हैरान रह जाएंगे! Rajasthan
Pushkar Mela 2023 में मिला भारत का सबसे लंबा घोड़ा, मालिक को कमाई जान हैरान रह जाएंगे! Rajasthan