ডিব্ৰুগড়ৰ ১৩নং লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ আজি মনোনয়ন প্ৰক্ৰিয়া সম্পন্ন হয়। ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্য্যালয়ত এই প্ৰক্ৰিয়া সম্পন্ন।হয়। ইয়াৰ পিছত মনোনয়ন প্ৰক্ৰিয়াৰ লগত জড়িত সমুহ শুভাকাঙ্খী সতীৰ্থ সকলক কৃতজ্ঞতা ও ধন্যবাদ জ্ঞাপন কৰে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। এই কাৰ্য্যত সহায় কৰাৰ বাবে অধিবক্তামণ্ডলী অজিত বৰগোঁহাই, প্ৰণৱ নেওঁগ, মুক্তাৰ আহমেদ, সাগৰ ৰয়, আচিফ খানৰ প্ৰতিও ধন্যবাদ আৰু কৃতজ্ঞতা যাচে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધ્રાંગધ્રામાં જુથ અથડામણની ઘટનાની જાણ રેન્જ આઇજીને થતાં તાત્કાલિક ધ્રાંગધ્રા ખાતે આવી પહોંચ્યા
ધ્રાંગધ્રામાં જુથ અથડામણની ઘટનાની જાણ રેન્જ આઇજીને થતાં તાત્કાલિક ધ્રાંગધ્રા ખાતે આવી પહોંચ્યા
Today International Throwball Federation organized "Throwball For Health" camp in Trustwell Hospital, Bengaluru.
July 4, 2024
Today International Throwball Federation organized "Throwball For Health" camp in...
एमपीएससीच्या परीक्षेमुळे युवा महोत्सवाच्या तारखेत बदल!
आता 9 ऑक्टोबर पासून सुरु होणार युवा महोत्सव!
सोलापूर - पुण्यश्लोक अहिल्यादेवी...