আজি চৰাইদেউ জিলাৰ সাপেখাটীৰ বিভিন্ন বুথত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহন কৰে সোনাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।সাপেখাটি মণ্ডলৰ অন্তৰ্গত ৭নং বুথৰ সভাপতি প্ৰবীন গগৈ , ১৩নং বুথৰ সভাপতি দীপক গগৈ, ৯১নং বুথৰ সভাপতি বগাধৰ ৰাজখোৱাৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই সভাত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাকে প্ৰমুখ্য কৰি স্থানীয় গণ্য-মান্য লোক।উপস্থিত থাকে। সভাত আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয়ী কৰাৰ সন্দৰ্ভত আলোচনা কৰাহয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
iOS 18.0.1 Update: iPhone 16 लाइनअप से बग्स की छुट्टी, iOS 18.1 से पहले मिला नया अपडेट
एपल ने आईफोन यूजर्स के लिए iOS 18.0.1 अपडेट रोलआउट करना शुरू कर दिया है। अपडेट में कई बग्स फिक्स...
जलग्रहण यात्रा का सेवरों की ढाणी में किया स्वागत एवं सफल आयोजन सम्पन्न।
बालोतरा, 12 अप्रेल। भू-संसाधन एवं जलग्रहण प्रबंधन खण्ड, भारत सरकार एवं जलग्रहण विकास एवं...