আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি কামৰূপ জিলাৰ মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা এক “প্ৰভাতফেৰী” অনুষ্ঠানৰ আয়োজন কৰা হয়। মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰা আৰম্ভ কৰা অনুষ্ঠানত প্ৰায় ৬ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰভাতফেৰী অনুষ্ঠানৰ আৰম্ভণিতে মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় সভাপতি বৈকুণ্ঠ ডেকা আৰু উপ-সভাপতি আৰিফ আহমেদক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰী ৰুমী বেগমৰ নেতৃত্বত অনুষ্ঠিত হোৱা প্ৰভাতফেৰী অনুষ্ঠানত মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় সহ শিক্ষক অচ্যুত দাস, ইছলামুদ্দিন আহমেদ, মজিবৰ ৰহমানককে ধৰি বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীয়ে সহযোগ কৰে। আজাদী কি অমৃত মহোৎসৱৰ অংশ হিচাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "হৰ ঘৰ ত্ৰিৰংগা " কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ উলিওৱা বিশাল পদযাত্ৰাৰে অনুষ্ঠানৰ সামৰণি পৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરા ભાજપ મહિલા મોરચા દ્વારા તેજસ્વીની શક્તિ સંવાદ કાર્યક્રમનું આયોજન 2022 | Spark Today News
વડોદરા ભાજપ મહિલા મોરચા દ્વારા તેજસ્વીની શક્તિ સંવાદ કાર્યક્રમનું આયોજન 2022 | Spark Today News
अंतर बागान फुटबॉल टूर्नामेंट में आज राजमाई चाय बागान की ट्राईब्रेकर पद्धति से जीत
अंतर बागान फुटबॉल टूर्नामेंट में आज राजमाई चाय बागान की ट्राईब्रेकर पद्धति से जीत
असम चाय मजदूर...
चंद्रकांत पाटील यांच्या वर करण्यात आलेल्या शाही फेक विरोधात भाजपाच्या वतीने उपजिल्हा. अ.यांना निवेदन
चंद्रकांत पाटील यांच्या वर करण्यात आलेल्या शाही फेक विरोधात भाजपाच्या वतीने उपजिल्हा. अ.यांना निवेदन
SAINT-GOBAIN INDIA UNVEIL THEIR EXCLUSIVE ‘MYHOME’ STORES IN GUWAHATI
AZIR KHOBOR, GUWAHATI, 31ST JULY, 2022 : Saint-Gobain is a worldwide leader in light and...