শুকুৰবাৰে মৰাণহাট উষাপুৰ খেলপথাৰত উলহ-মালহেৰে উদ্যাপন কৰাহয় চতুৰ্দশ বাৰ্ষিক তৰা চিঙা বিহু। উষাপুৰ মহিলা সমাজ। মৰাণ মহিলামঞ্চ,টাই আহোম যুৱ পৰিষদ অসমৰ মৰাণহাট আঞ্চলিক সমিতি, মৰাণ শিল্পী সমাজ, আৰু বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ সহযোগত আয়োজন কৰা এই তৰাচিঙা বিহু উপলক্ষে বিশাল শোভাযাত্ৰা উলিওৱা হয়। বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলে উলিওৱা শোভাযাত্ৰা উদ্বোধন কৰে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কাকপথাৰ শিক্ষা বিষয়াৰ কায্যালয়ত উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদকাৰীৰ প্ৰতিক্ৰিয়া ।
কাকপথাৰ শিক্ষা বিষয়াৰ কায্যালয়ত উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদকাৰীৰ প্ৰতিক্ৰিয়া ।
Satyendar Jain: सत्येंद्र जैन के खिलाफ CBI जांच को मंजूरी, सुकेश की वसूली शिकायत मामले में MHA ने दी स्वीकृति
नई दिल्ली। केंद्रीय गृह मंत्रालय ने दिल्ली के पूर्व जेल मंत्री सत्येंद्र जैन के खिलाफ सीबीआई...
સુરત શહેરના પલસાણા વિસ્તારમાં ૩૦ વર્ષીય યુવાને પંખા વડે ગળે ફાંસો ખાઈ જીવન ટુંકાવ્યું.
સુરત શહેરના પલસાણા વિસ્તારમાં ૩૦ વર્ષીય યુવાને પંખા વડે ગળે ફાંસો ખાઈ જીવન ટુંકાવ્યું.
પલસાણા...
रेलवे कॉलोनी क्षेत्र के सोगरिया में अधेड़ ने फांसी लगाकर की आत्महत्या पुलिस ने शव रखवाया मोर्चरी में
रेलवे कॉलोनी क्षेत्र के सोगरिया में अधेड़ ने फांसी लगाकर की आत्महत्या पुलिस ने शव रखवाया मोर्चरी...
પોરબંદરના પત્રકાર પર હુમલાની ઘટનાને પગલે મુખ્યમંત્રીને રૂબરૂ આવેદનપત્ર પાઠવ્યું
કમલાબાગ પોલીસ મથકમાં પત્રકાર પર હુમલાની ઘટનાને લઈને સમગ્ર સૌરાષ્ટ્રના પત્રકાર આલમમાં ભારે રોષ...