ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ লক্ষ্যৰে আজি বিশ্বনাথ আৰক্ষীয়ে জনসাধাৰণক সচেতন কৰি তুলিবলৈ বিশ্বনাথ চহৰৰ মাজমজিয়াৰে বাহিৰ কৰে এক বাইক ৰেলী৷বিশ্বনাথৰ আৰক্ষী অধীক্ষক নবীন সিংৰ নেতৃত্বত বাহিৰ কৰা এই সমদলৰ প্ৰতি ৰাইজৰ সঁহাৰি পৰিলক্ষিত হয়৷ বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলী বিশ্বনাথ নগৰৰ মাজমজিয়াৰে বিশ্বনাথঘাটলৈ গৈ পুণৰ উভতি আহে। আজিৰ এই বাইক ৰেলীত বিশ্বনাথ আৰক্ষীৰ লগতে চি আৰ পি এফৰ ৩০ নং বেটেলিয়ন, গাঁওৰক্ষী বাহিনী আৰু জীৱিকা সখী সকলে অংশগ্ৰহন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসমৰ গাঁও নহয়, যেন স্কটলেণ্ড অথবা ছুইজাৰলেণ্ডহে - দৃশ্য দেখিলেই জুৰ পৰিব আপোনাৰ মন-প্ৰাণ
◼অসমৰ গাঁও নহয়, যেন স্কটলেণ্ড অথবা ছুইজাৰলেণ্ডহে। দৃশ্য দেখিলেই জুৰ পৰিব আপোনাৰ মন-প্ৰাণ।
जम्मू-कश्मीर में आतंकी हमला, CRPF इंस्पेक्टर की मौत,कल से चुनावी प्रक्रिया शुरू हो रही
जम्मू-कश्मीर के उधमपुर में सोमवार को आतंकियों की फायरिंग में CRPF इंस्पेक्टर की मौत हो गई। CRPF...
कुसुम यादव बनी जयपुर हेरिटेज नगर निगम की कार्यवाहक मेयर, निर्दलीय पार्षद का को मिली कुर्सी
जयपुर हेरिटेज नगर निगम में कार्यवाहक मेयर के रूप में कुसुम यादव का चुनाव किया गया है. बीते सोमवार...
Volvo XC40 Petrol SUV की भारतीय बाजार में बिक्री हुई बंद, XC40 Recharge ने ली है इस लग्जरी कार की जगह
Volvo Auto ने भारत में अपनी XC40 कॉम्पैक्ट लग्जरी SUV की बिक्री पर रोक लगा दी है। ऑटोमेकर पहले ही...
Mukhtar Ansari को ये सज़ा मिली, वकील ने बताया अब क्या करेंगे
Mukhtar Ansari को ये सज़ा मिली, वकील ने बताया अब क्या करेंगे