ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ লক্ষ্যৰে আজি বিশ্বনাথ আৰক্ষীয়ে জনসাধাৰণক সচেতন কৰি তুলিবলৈ বিশ্বনাথ চহৰৰ মাজমজিয়াৰে বাহিৰ কৰে এক বাইক ৰেলী৷বিশ্বনাথৰ আৰক্ষী অধীক্ষক নবীন সিংৰ নেতৃত্বত বাহিৰ কৰা এই সমদলৰ প্ৰতি ৰাইজৰ সঁহাৰি পৰিলক্ষিত হয়৷ বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলী বিশ্বনাথ নগৰৰ মাজমজিয়াৰে বিশ্বনাথঘাটলৈ গৈ পুণৰ উভতি আহে। আজিৰ এই বাইক ৰেলীত বিশ্বনাথ আৰক্ষীৰ লগতে চি আৰ পি এফৰ ৩০ নং বেটেলিয়ন, গাঁওৰক্ষী বাহিনী আৰু জীৱিকা সখী সকলে অংশগ্ৰহন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Women Reservation Bill News: अद्भुत, अविस्मरणीय, ऐतिहासिक ...आधी आबादी को 'आरक्षण' का हक | ABPLIVE
Women Reservation Bill News: अद्भुत, अविस्मरणीय, ऐतिहासिक ...आधी आबादी को 'आरक्षण' का हक | ABPLIVE
पुजारी सेवक महासंघ का 9 दिन से चल रहा धरना हुआ समाप्त केशवरायपाटन
पुजारी सेवक महासंघ का 9 दिन से चल रहा धरना हुआ समाप्त
केशवरायपाटन 22 अगस्त। केशवरायपाटन में...
शिरूर तालुक्यातील एका महिलेला मारहाण करत विनयभंग
शिरूर तालुक्यातील एका महिलेला मारहाण करत विनयभंग
तळेगाव ढमढेरे, प्रतिनिधी:
शिरूर...