সশস্ত্ৰ সীমা বলৰ তেজপুৰ শালনিবাৰীৰ প্ৰসিক্ষণ শিবিৰৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা উপ মহাপৰিদৰ্শক মনমোহন সিঙৰ নেতৃত্বত অজাদি কি অমৃত মহোৎসৱৰ উপলক্ষে হৰ ঘৰ তিৰঙ্গা কাৰ্য্যসূচীৰ সজাগতাৰে পদ যাত্ৰা কৰে। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ঘৰে ঘৰে তিৰঙ্গা পতাকা উত্তোলন কাৰ্যসূচী অভিযান হাতত লয় । এই উপলক্ষে গাৱঁৰ ৰাইজৰ মাজত গৈ পতাকাৰ বিষয়ে অৱগত কৰাৰ লগতে সকলো লোককে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট লৈকে প্ৰত্যেক ঘৰৰ লোককে তিৰঙ্গা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় । আনহাতে সীমা বলৰ তৰফৰ পৰা ৰাইজক তিৰঙ্গা পতাকা যোগান ধৰাৰ হব বুলি আশ্বাস প্ৰদান কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વલસાડમાં દારૂની રેલમછેલ કરતો ઝોલાછાપ પત્રકાર ઝડપાયો
વલસાડમાં દારૂની રેલમછેલ કરતો ઝોલાછાપ પત્રકાર ઝડપાયો
ગુજરાત પ્રિ-મોન્સૂન કામગીરી અંગે CM ભૂપેન્દ્ર પટેલે અધિકારીઓનો લીધો ઉધડો!
ગુજરાત પ્રિ-મોન્સૂન કામગીરી અંગે CM ભૂપેન્દ્ર પટેલે અધિકારીઓનો લીધો ઉધડો!
कर्नाटक में बजरंग दल मामले पर कांग्रेस का यू टर्न, कहा- पूरे प्रदेश में बनाएंगे बजरंगबली का मंदिर
नई दिल्ली। दो दिन पहले कर्नाटक में बजरंग दल पर प्रतिबंध लगाने की घोषणा के बाद अब कांग्रेस ने...
Punjab: 63 सालों से पढ़ाई कर रहे Hardayal Singh के पास हैं 40 डिग्रियां, अब क्या चाहते हैं वो?
Punjab: 63 सालों से पढ़ाई कर रहे Hardayal Singh के पास हैं 40 डिग्रियां, अब क्या चाहते हैं वो?
શું ઉદ્ધવે રાજ ઠાકરેને મનાવવાનો પ્રયાસ કર્યો? રામદાસ કદમે ખુલાસો કર્યો
મહારાષ્ટ્રના રાજકારણમાં ભૂતકાળમાં મોટો રાજકીય વાવટો હતો. શિવસેનાના બળવાખોર ધારાસભ્યોના વલણે ઉદ્ધવ...