আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি শোনিতপুৰৰ চাৰিদুৱাৰত বিজেপিৰ যুৱ মৰ্চাৰ বাইক ৰেলী।"আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ঘৰে ঘৰে ত্ৰিৰংগা ৰ্শীৰ্ষক কাৰ্যসূচীৰ অধীনত চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰত বিজেপিৰ যুৱ মৰ্চাই এক বাইক ৰেলী বাহিৰ কৰে। চাৰিদুৱাৰ যুৱ মৰ্চাৰ সভাপতি ফনিন্দ্ৰ বৰুৱাৰ নেতৃত্বত চাৰিদুৱাৰ জিলা পৰিষদৰ অন্তৰ্গত অঞ্চলত বাইক ৰেলীয়ে ভ্ৰমণ কৰা হয়।দেশৰ গৌৰৱোজ্বল ৭৫ বছৰ দেশৰ স্বাধীনতা দিৱসৰ উপলক্ষে অঞ্চলটোৰ প্ৰত্যেক ঘৰৰ নাগৰিকে একোখনকৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা লগতে দেশৰ প্ৰতি শ্ৰদ্ধাশিল হবলৈ আহ্বান জনাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rahul Meet Wrestlers अखाड़े में जाकर पहलवानों से मिले Congress नेता Rahul Gandhi | Aaj Tak News
Rahul Meet Wrestlers अखाड़े में जाकर पहलवानों से मिले Congress नेता Rahul Gandhi | Aaj Tak News
Farmers Protest : Shambhu Border पर क्या हालात हैं और किसान क्या कर रहे हैं? (BBC Hindi)
Farmers Protest : Shambhu Border पर क्या हालात हैं और किसान क्या कर रहे हैं? (BBC Hindi)
पंजाब बजट विफलताओं का खाली डिब्बा: चुग
रेत खनन का पैसा आप के फंड में जा रहा है: चुगकेजरीवाल-सिसोदिया की छाप वाला बजट, पंजाब में होगा...
OnePlus Nord सीरीज का ये फोन मिल रहा है सस्ता, अभी खरीदें 19 हजार से कम में, जबरदस्त हैं फीचर्स
अमेजन पर OnePlus Nord CE4 Lite 5G पर जबरदस्त डील दी जा रही है। ये फोन 50MP प्राइमरी कैमरा...
কানুবাৰীৰ বালিজান গ্ৰাণ্টৰ ভূৱন নগৰত বিনামূলীয়া স্বাস্থ্য চিকিৎসা শিৱিৰ সম্পন্ন
সাপেখাতী ৰাজহ চক্ৰৰ সীমান্তৱৰ্ত্তী বালিজান গ্ৰাণ্টৰ ভূৱন নগৰত স্বাস্থ্য চিকিৎসা শিৱিৰ সম্পন্ন...