ৰহা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত ১২মাৰ্চৰ পৰা ৫দিনীয়া কাৰ্য্যসূচীৰে শুভাৰম্ভ হোবা ৬০সংখ্যক মহাবিদ্যালয় সপ্তাহ সমাৰোহ ৰ আজি ৩য় দিন ৰহা মহাবিদ্যালয় ৰ পৰা উলিওৱা বাৰেৰহনীয়া সাংস্কৃতিক শুভাযাত্ৰা ৰ ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাই বন্তি প্ৰজ্বলন আৰু ফিতা কাটি উদ্বোধন কৰা সাংস্কৃতিক শুভাযাত্ৰাত ৰহা মহাবিদ্যালয় ১২টা বিভাগে অংশ গ্ৰহণ কৰাৰ লগতে শুভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠী ৰ কলা সংস্কৃতীৰে মুখৰিত হৈ পৰে।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

    ৰহা পুৰনাচাৰিআলী হৈ বিভিন্ন মুখ্য পথ হৈ যোৱা শুভাযাত্ৰাত ৰহা মহাবিদ্যালয় ৰ বিভিন্ন বিভাগৰ অধ্যাপক, অধ্যাপিকা সহ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।

     অহা ১৬মাৰ্চত ৫দিনীয়া মহাবিদ্যালয় সপ্তাহ সমাৰোহ সমাপন হব।