স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ দুটা দিন বাকী। সগৌৰৱেৰে আকৌ এবাৰ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাজু প্ৰতিজন ভাৰতবাসী। আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তঃত দেখা গৈছে বিভিন্ন সজাগতামূলক সমদল। দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ NCC ছাত্ৰ সকলে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলনৰ বাবে সজাগতা মূলক সমদল উলিওৱা দেখা গৈছে। চাইকেলেৰে ডিকেডি কলেজৰ পৰা গোলাঘাট দিশে পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰে প্ৰায় ৩০ কিলোমিটাৰ অতিক্ৰম কৰে এই সজাগতামূলক সমদল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Pune | कुत्रा अंगावर आल्याने पुण्यात गुन्हा दाखल !;पाहा व्हिडीओ
Pune | कुत्रा अंगावर आल्याने पुण्यात गुन्हा दाखल !;पाहा व्हिडीओ
ৱাইল্ড কেয়াৰ ফাউণ্ডেচনৰ দ্বাৰা ডুমডুমাৰ জি. এন. বি. পথৰ এটা বাসগৃহৰ পৰা বিষাক্ত মন'কেলড ক'ব্ৰা উদ্ধাৰ ।
তিনিচুকীয়া জিলাৰ ডুমডুমাৰ জি. এন. বি. পথৰ এটা বাসগৃহৰ পৰা বিষাক্ত মন'কেলড ক'ব্ৰা সাপ উদ্ধাৰ কৰা...
ડીસા : બોર રીચાર્જનું ખાતમુહૂર્ત કરાયું...
ડીસા : બોર રીચાર્જનું ખાતમુહૂર્ત કરાયું...
कीटनाशक का छिड़काव करते समय किसान की मौत
बून्दी। सदर थाना क्षेत्र के नीम का खेड़ा में बुधवार दोपहर अपने खेत पर किट नाशक का छिड़काव करते समय...
ઉદ્ધવ ઠાકરે બાદ એકનાથ શિંદે પહોંચ્યા સુપ્રીમ કોર્ટ , કહ્યું- ચૂંટણી પંચને ‘અસલ’ શિવસેના પસંદ કરવા દો
મહારાષ્ટ્રમાં શિવસેના પ્રમુખ ઉદ્ધવ ઠાકરેના જૂથ બાદ હવે મુખ્યમંત્રી એકનાથ શિંદે પણ સુપ્રીમ...