স্বাধীনতাৰ ৭৫ বছৰীয়া দিৱস উপলক্ষে চৰকাৰে দেশবাসীক স্বাধীনতা সংগ্ৰামৰ বিৰল ইতিহাস স্মৰণ কৰাৰ উদ্দেশ্যেৰে বিভিন্ন কাৰ্যসূচী পালন কৰিছে । দেশবাসীৰ মাজত দেশপ্ৰেম জাগ্ৰত কৰাৰ উদ্দেশ্যেৰে ৰূপায়ন কৰা ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচী মৰিগাঁৱৰ নটুৱাগাও বাপুজী মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰছাত্ৰী আৰু শিক্ষয়িত্ৰী সকলেও ৰূপায়ণ কৰে । ছাত্ৰছাত্ৰী, শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে হাতে হাতে ত্ৰিৰংগা লৈ ঘৰে ঘৰে ত্ৰিৰংগা শোভাযাত্ৰা কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જીરુંની ખેતીથી બમ્પર નફો કમાવો
જીરાની ખેતીઃ આ સમયે દરેક વ્યક્તિ કમાણીનો એવો રસ્તો શોધી રહી છે જેમાં હંમેશા કમાણી થવાની સંભાવના...
बोगद्यासाठीरास्ता रोकोआंदोलनआमदार फोडण्यासाठी केंद्राकडे पैसे आहेत , मात्र बोगद्यासाठी नाहीत : दानवेq
बोगद्यासाठीरास्ता रोकोआंदोलनआमदार फोडण्यासाठी केंद्राकडे पैसे आहेत , मात्र बोगद्यासाठी नाहीत :...
महिला ही घराचा केंद्रबिंदू:-डॉ. किरण पाटील
महिला ही घराचा केंद्रबिंदू असते,हे लक्षात घेऊन महिलांच्या आरोग्याच्या सुरक्षितेसाठी हे अभियान...