দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি আন আন প্ৰান্তৰ সমান্তৰালকৈ হোজাইৰ নীলবাগানৰ জলিলীয়াহ মাদ্ৰাছাতো উলহ মালহেৰে উৎযাপন কৰা হৈছে আজাদী কা অমৃত মহোৎসব৷