অতি মৰ্মান্তিক! এক হৃদয়বিদাৰক ঘটনা। বন্ধুৰ সৈতে অৰুণাচল প্ৰদেশত ফুৰিবলৈ গৈছিল অসমৰ চাৰি যুৱক। যোৱা ১৮ জুলাইত AS01BP-0650 নম্বৰৰ এখন ভক্সৱাগন বহনেৰে অৰুণাচল প্ৰদেশলৈ ফুৰিবলৈ গৈছিল যুৱককেইজন। কিন্তু যাওঁতেই অৰুণাচল প্ৰদেশৰ চেঁচা-ডিৰাং পথত পাহাৰৰ পৰা বাগৰী পৰি সন্ধানহীন হৈছিল ৪ যুৱক। কিন্তু আজি ছিন্ন ভিন্নকৈ সিচঁৰিত হৈ পৰি থকা ৪ যুৱকৰ মৃতদেহ প্ৰতক্ষ কৰে একাংশ লোকে । অৱশেষত অৰুণাচলৰ দুৰ্গম এলেকাত উদ্ধাৰ নগাঁওৰ লাওখোৱা ৰোডৰ বেদান্ত বৰমহেলা, কন্দলিৰ নয়ন বসুমতাৰী, তেজপুৰৰ সঞ্জীৱ দাস আৰু সোণাপুৰৰ হীৰক বড়োৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে পৰিয়ালৰ লোক উপস্থিত হয় ঘটনাস্থলীত। আৰক্ষীয়ে সদৰি কৰা অনুসৰি ঘন কুঁৱলিৰ বাবেই দুৰ্ঘটনাত পতিত হৈ অকালতে মৃত্যুক সাৱটিব লগা হল ৪ যুৱকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગુજરાત સ્મોલ સ્કેલ ડિટર્જન્ટ મેન્યુફેક્ચરર્સ એસોસિએશન દ્વારા GST રાહત અને ઉદ્યોગ પ્રોત્સાહનની માંગણી
ગુજરાત સ્મોલ સ્કેલ ડિટર્જન્ટ મેન્યુફેક્ચરર્સ એસોસિએશન દ્વારા GST રાહત અને ઉદ્યોગ પ્રોત્સાહનની માંગણી
নতুন উপাচাৰ্যক শুভেচ্ছা জনাই বিদায়ী প্ৰথম গৰাকী উপচার্য ডঃ ডম্বৰু ধৰ নাথে।
নতুন উপাচাৰ্যক শুভেচ্ছা জনাই বিদায়ী প্ৰথম গৰাকী উপচার্য ডঃ ডম্বৰু ধৰ নাথে।আজি মাজুলী সাংস্কৃতিক...
શેખડી પ્રાથમિક શાળામાં પ્રજાસત્તાક પર્વની ઉજવણી
પેટલાદ તાલુકાના શેખડી ગામે પ્રાથમિક શાળામાં પ્રજાસત્તાક પર્વની ઉજવણી કરવામાં આવી હતી....
વડોદરા: MS University Baroda ગણપતિ ઉત્સવ અંતર્ગત શ્રીજી ની આગમન યાત્રા | Vadodara Ganesh Mahotsav
વડોદરા: MS University Baroda ગણપતિ ઉત્સવ અંતર્ગત શ્રીજી ની આગમન યાત્રા | Vadodara Ganesh Mahotsav