অতি মৰ্মান্তিক! এক হৃদয়বিদাৰক ঘটনা। বন্ধুৰ সৈতে অৰুণাচল প্ৰদেশত ফুৰিবলৈ গৈছিল অসমৰ চাৰি যুৱক। যোৱা ১৮ জুলাইত AS01BP-0650 নম্বৰৰ এখন ভক্সৱাগন বহনেৰে অৰুণাচল প্ৰদেশলৈ ফুৰিবলৈ গৈছিল যুৱককেইজন। কিন্তু যাওঁতেই অৰুণাচল প্ৰদেশৰ চেঁচা-ডিৰাং পথত পাহাৰৰ পৰা বাগৰী পৰি সন্ধানহীন হৈছিল ৪ যুৱক। কিন্তু আজি ছিন্ন ভিন্নকৈ সিচঁৰিত হৈ পৰি থকা ৪ যুৱকৰ মৃতদেহ প্ৰতক্ষ কৰে একাংশ লোকে । অৱশেষত অৰুণাচলৰ দুৰ্গম এলেকাত উদ্ধাৰ নগাঁওৰ লাওখোৱা ৰোডৰ বেদান্ত বৰমহেলা, কন্দলিৰ নয়ন বসুমতাৰী, তেজপুৰৰ সঞ্জীৱ দাস আৰু সোণাপুৰৰ হীৰক বড়োৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে পৰিয়ালৰ লোক উপস্থিত হয় ঘটনাস্থলীত। আৰক্ষীয়ে সদৰি কৰা অনুসৰি ঘন কুঁৱলিৰ বাবেই দুৰ্ঘটনাত পতিত হৈ অকালতে মৃত্যুক সাৱটিব লগা হল ৪ যুৱকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मिनिमली इन्वेसिव स्पाइन सर्जरी : बेहतर सुरक्षा और उन्नत परिणाम
कमर दर्द एक बेहद आम समस्या है जो दुनिया भर में लाखों लोगों को प्रभावित करती है। ज्यादातर मरीजों...
100% Natural Home Remedy For Instant Relief From Loose Motion (without any medicine)
100% Natural Home Remedy For Instant Relief From Loose Motion (without any medicine)
ખંભાત મોચીવાડ પાસે છેલ્લા અઠવાડિયાથી સીસીટીવી કેમેરા થાંભલો વાયરોના સહારે ઝોલા ખાય છે !
ખંભાતના મોચીવાડ વિસ્તારમાં જાહેર માર્ગને અડીને સીસીટીવી કેમેરા લગાવવામાં આવ્યા હતા.ચાર જેટલા...
बस्ती के करीब लेपर्ड के मूवमेंट से सहमें लोग, वन विभाग की टीम निगरानी में लगी, एडवाइजरी की जारी
बूंदी। बूंदी-जयपुर मार्ग पर नवल सागर के आसपास शनिवार रात को लेपर्ड नजर आने से लोग दहशत में आ गए।...