দেশ স্বাধীনতাৰ ৭৫ তম বৰ্ষত ভৰি দিয়াৰ উপলক্ষ্যে দেশবাসীয়ে পালন কৰিব আজাদী কা অমৃত মহোৎসৱ। এই আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি আজি পুৱা বিজেপিৰ মৰাণত খোৱাং মণ্ডল বিজেপিৰ উদ্যোগত প্ৰভাতফেৰী কাৰ্যসূচী হাতত লয়। আৰু এই কাৰ্যসূচীত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈযে অংশগ্ৰহণ গ্ৰহণ কৰে। মৰাণ কুশল নগৰৰ পৰা যাত্ৰা আৰম্ভ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক চক্ৰধৰ গগৈযে অসমবাসীক ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছাৰ জ্ঞাপন কৰাৰ লগতে নিজ নিজ বাসগৃহত ত্ৰিৰংগা পতাকা আৰি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল ৰূপায়ন কৰিবলৈ আহ্বান জনাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ অধ্যক্ষতাত অনুষ্ঠিত ভিডিঅ' কনফাৰেন্সত অংশ লয় মন্ত্ৰী অতুল বৰায়ে
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰ অধ্যক্ষতাত ৰাজ্যসমূহৰ কৃষিমন্ত্ৰী...
Artist alleges Delhi police manhandled him in Connaught Place, video goes viral
A street performer identified as Varun Dagar alleged he was manhandled by...
Kangana Ranaut ने फिर की Karan Johar पर टिप्पणी, ‘अभी तो हिंदी सुधारी है, आगे देखो होता है क्या’
कंगना रनौत ने बॉलीवुड फिल्म मेकर करण जौहर पर तंज कसते हुए इंस्टाग्राम पर एक पोस्ट की है जिसमें...