দেশ স্বাধীনতাৰ ৭৫ তম বৰ্ষত ভৰি দিয়াৰ উপলক্ষ্যে দেশবাসীয়ে পালন কৰিব আজাদী কা অমৃত মহোৎসৱ। এই আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি আজি পুৱা বিজেপিৰ মৰাণত খোৱাং মণ্ডল বিজেপিৰ উদ্যোগত প্ৰভাতফেৰী কাৰ্যসূচী হাতত লয়। আৰু এই কাৰ্যসূচীত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈযে অংশগ্ৰহণ গ্ৰহণ কৰে। মৰাণ কুশল নগৰৰ পৰা যাত্ৰা আৰম্ভ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক চক্ৰধৰ গগৈযে অসমবাসীক ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছাৰ জ্ঞাপন কৰাৰ লগতে নিজ নিজ বাসগৃহত ত্ৰিৰংগা পতাকা আৰি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল ৰূপায়ন কৰিবলৈ আহ্বান জনাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্ত পল্লবী সৰকাৰৰ সংবাদমেল নিৰ্বাচনী আয়োগৰ বিশেষ সংশোধনী সম্পৰ্কত সংবাদ মেল
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্ত পল্লবী সৰকাৰৰ সংবাদমেল
নিৰ্বাচনী আয়োগৰ...
"LIGER" - Movie Trailer Review | Vijay Deverakonda movie
"LIGER" - Movie Trailer Review | Vijay Deverakonda Movie review
World Cup 2023: किक्रेट का महाकुंभ वर्ल्ड कप का आगाज, ENG vs NZ के बीच होगा पहला मुकाबला
World Cup 2023: किक्रेट का महाकुंभ वर्ल्ड कप का आगाज, ENG vs NZ के बीच होगा पहला मुकाबला
નામણ પ્રાથમિક શાળામાં કાર્યક્રમ
બોરસદ તાલુકાના નામણ ગામે આવેલી પ્રાથમિક શાળામાં બાંધવામાં આવેલી જલધારાનું આજે પેટલાદ વિધાનસભાના...