পিতৃ কন্যাৰ মৃতদেহ উদ্ধাৰ নামদাং নদীত
আমগুৰি নামতিৰ খামুনৰ পৰা নিৰুদ্দেশ হোৱা পিতৃ কন্যাৰ মৃতদেহ উদ্ধাৰ হ’ল নামদাং নদীত | নামতি খামুনৰ গাওঁৰ পিতৃ প্ৰশান্ত শৰ্মা পঞ্চম শ্ৰেণীত অধ্যয়নত কন্যা গীতাশ্ৰী শৰ্মা ওৰফে শিৱানী নিৰুদ্দেশ থকাৰ পাছতেই যোৱাকালি স্থানীয় ৰাইজে শিৱানী মৃতদেহ নামদাং নদীত উদ্ধাৰ কৰিছিল | তাৰ পাছতেই কালিৰ পৰা নামদাং নদীত SDRF বাহিনীয়ে পিতৃ সন্ধান অব্যাহত ৰাখিছিল যদিও আজি পুৱা স্থানীয় ৰাইজে নামদাংনদীত প্ৰশান্ত শৰ্মা মৃতদেহ প্ৰতক্ষ্য কৰাৰ লগে লগে আৰক্ষীৰ খৱৰ দিয়ে লগে লগে আৰক্ষী উপস্থিত হৈ SDRP বাহিনীৰ সহযোগত উদ্ধাৰ কৰিবলৈ সমক্ষ হয় |
বাইট (আৰক্ষী)