ৰঙিয়াৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয়া বিশ্ব বিদ্যালয়ত আজি পবিত্ৰ ৰাখী বন্ধন উৎসব পালন কৰা হয়। ব্ৰহ্মকুমাৰী ঈশ্বৰীয়া বিশ্ব বিদ্যালয়ৰ একাংশ মহিলাই ৰাখী পিন্ধালে বিজেপিৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাক । বিদ্যালয়খনত ৰাখীবন্ধন উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত ভৱেশ কলিতাই ভাতৃ-ভগ্নীৰ পবিত্ৰ উৎসৱ ৰাখীবন্ধনৰ তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰে । ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ এই পবিত্ৰ উৎসৱ সনাতন সংস্কৃতিৰ অবিচ্ছেদ্য অংগ বুলি কয় ভৱেশ কলিতাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
স্বামীৰ চোকা অস্ত্ৰৰ আক্ৰমনত আহত পত্নী মৰাণ মেডিকেল চেন্টৰত চিকিৎসাধীন, আৰক্ষীৰ তদন্ত আৰম্ভ
মৰাণৰ হিংৰিজান উৰিয়া লাইনত চাঞ্চল্যকৰ ঘটনা । স্বামীয়ে চোকা অস্ত্ৰৰে আক্ৰমন কৰিলে নিজ পত্নীক ।...
મહુવા તાલુકાના આશાવર્કર બહેનોએ અપૂરતા વેતન અને વિવિધ પ્રશ્ને પ્રાંત અધિકારી ને આવેદન પત્ર આપ્યું
મહુવા શહેર તથા તાલુકાના આશાવર્કર બહેનોએ અપૂરતા વેતન અને વિવિધ પ્રશ્ને પ્રાંત અધિકારી ને આવેદન...
Manipur Violence: Rajya Sabha में Derek o'brien की Jagdeep Dhankhar से तीखी बहस। Parliament Session
Manipur Violence: Rajya Sabha में Derek o'brien की Jagdeep Dhankhar से तीखी बहस। Parliament Session
જંબુસર ટંકારી બંદર ખાતે સાગર ભારતી સંસ્થા PM નરેન્દ્ર મોદીના જન્મદિવસની ઉજવણી કરવામાં આવી
જંબુસર ટંકારી બંદર ખાતે સાગર ભારતી સંસ્થા PM નરેન્દ્ર મોદીના જન્મદિવસની ઉજવણી કરવામાં આવી