চৰাইদেউ জিলাৰ উন্নয়ণ সমিতিৰ ফেব্ৰুৱাৰী মাহৰ বৈঠক খন আজি জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়। সোণাৰীত চৰাইদেউ জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা উন্নয়ণ সমিতিৰ বৈঠক সম্পন্ন। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত চৰকাৰী বিভাগ সমুহৰ জিলাস্তৰৰ মুৰব্বী বিষয়া সকলে অংশ গ্ৰহন কৰে। আজিৰ বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া , অতিৰিক্ত আয়ুক্ত পলাশ ৰাজকুমাৰ আহোম, মহকুমাধিপতি সদৰ সুৱৰ্ণা সোনোৱাল , সহকাৰী আয়ুক্তদ্বয় ভাস্কৰজ্যোতি দাস আৰু অঞ্জনজ্যোতি দলেকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આઉટસોર્સિંગ કંપનીના કર્મચારીઓ કલેકટર ને આવેદનપત્ર આપી ન્યાયની માંગ કરી
આઉટસોર્સિંગ કંપનીના કર્મચારીઓ કલેકટર ને આવેદનપત્ર આપી ન્યાયની માંગ કરી
ડભોઇ નાંદોદી ભાગોળ પાસેથી પાસરથતી વરસાદી પાણીની કાંશમાં પાણીની લાઈનમાં ભંગાણ નગરપાલિકા નીબેદરકારી.
ડભોઇ નાંદોદી ભાગોળ પાસેથી પાસરથતી વરસાદી પાણીની કાંશમાં પાણીની લાઈનમાં ભંગાણ નગરપાલિકા નીબેદરકારી.
CYST / रसौली : Types, Causes & Symptoms - by Dr. Lavleen Kaur Sodhi
CYST / रसौली : Types, Causes & Symptoms - by Dr. Lavleen Kaur Sodhi
ঐতিহাসিক শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰত দিহানামৰ কৰ্মশালা
ঐতিহাসিক শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰত দিহানামৰ কৰ্মশালা । ঐতিহাসিক শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ...