চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মাহমৰা ডোমৰ দলংত সাংসদ পুঁজিৰে নিৰ্মান হ'ব লগীয়া ডোমৰদলং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ সাংসদ পুঁজিৰ পাচ লাখ টকাৰে নিৰ্মান হ'ব লগীয়া শৌচাগাৰ আৰু প্ৰস্ৰাৱ গাৰৰ শিলান্যাস কৰা হয় । সাংসদ আৰু বিধায়কৰ অনুপস্থিতিত অগপৰ মাহমৰা সমষ্টিৰ সমিতিৰ সভাপতি তথা তদাৰক কমিটিৰ সভাপতি পূৰ্ণানন্দ চুতীয়াই ।এই অনুষ্ঠানত সৰ্বোদয় পঞ্চায়তৰ সভাপতি চন্দ্ৰ চুতীয়া , ডোমৰদলং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া , কৰ্মচাৰী বৃন্দ আৰু স্থানীয় বহু সংখ্যক লোক উপস্থিত থাকে।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |