সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱৰৰ উপস্থিতিত দিনযোৰা কাৰ্য্যসূচীৰে শক্তিৰূপা সন্মিলনৰ অনুষ্ঠিত কৰা হয়। মহিলা সমন্বয় চৰাইদৃউ জিলাৰ উদ্যোগত সোণাৰীৰ ৰাজহুৱা প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্য্যসুচীৰে শক্তিৰূপা সন্মিলন অনুষ্ঠিত হয়। নাৰীৰ স্বাৱলম্বীতাৰ লগতে নাৰী সকল আগবাঢ়ি যোৱাৰ বাবে বিভিন্ন দিশ এই সন্মিলনত আলোকপাত কৰা হয়। এই অনুষ্ঠানত নাৰীৰ সৱলীকৰণৰ ওপৰত বিশেষ ভাৱে আলোকপাত কৰা হয়।এই অনুষ্ঠানত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে চৰাইদেউ জিলাৰ বহু গণ্য মান্য লোক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાં ત્રણ પેઢીઓમાંથી ઘીના નમૂના લેવાયા, રૂપિયા 8.28 લાખનો જથ્થો જપ્ત..
ડીસામાં ત્રણ પેઢીઓમાંથી ઘીના નમૂના લેવાયા, રૂપિયા 8.28 લાખનો જથ્થો જપ્ત..
બનાસકાંઠા ખોરાક અને ઔષધ...
বিদ্যাঞ্জলী আঁচনিৰ ওপৰত মন্ত্ৰী যোগেন মহনৰ মন্তব্য
বিদ্যাঞ্জলী আঁচনিৰ ওপৰত মন্ত্ৰী যোগেন মহনৰ মন্তব্য
ৰহা আঞ্চলিক তাই আহোম ছাত্ৰ সন্থা ৰ ৩১জনীয়া সমিতি গঠন।
ৰূপক চন্দ্ৰ বৰা সভাপতি, অমৰজ্যোতি গগৈ সাধাৰণ সম্পাদক।
ৰহাত পোন প্ৰথম বাৰৰ বাবে ৩১জনীয়া ৰহা আঞ্চলিক তাই আহোম ছাত্ৰ সন্থা সমিতি গঠন কৰা হয়।
...
ડીસામાં ચાલુ કારમાં આગ ભભૂકી ઉઠતાં લોકોમાં દોડધામ
ડીસા-પાલનપુર હાઈવે પર વધુ એક ગાડીમાં આગ લાગી હોવાની ઘટના સામે આવી છે. ચાલુ કારમાંથી ચાલકે સમય...
सावकारीच्या पाशातून मुक्त होण्यासाठी पी.एम.स्व निधी महत्त्वपूर्ण योजना
-केंद्रीय अर्थमंत्री डॉ भागवत कराड.
औरंगाबाद:- दि.६ ऑक्टों.(दीपक परेराव)पंतप्रधान स्व निधी वित्तीय समावेशन आणि वित्तीय सहायता...