সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱৰৰ উপস্থিতিত দিনযোৰা কাৰ্য্যসূচীৰে শক্তিৰূপা সন্মিলনৰ অনুষ্ঠিত কৰা হয়। মহিলা সমন্বয় চৰাইদৃউ জিলাৰ উদ্যোগত সোণাৰীৰ ৰাজহুৱা প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্য্যসুচীৰে শক্তিৰূপা সন্মিলন অনুষ্ঠিত হয়। নাৰীৰ স্বাৱলম্বীতাৰ লগতে নাৰী সকল আগবাঢ়ি যোৱাৰ বাবে বিভিন্ন দিশ এই সন্মিলনত আলোকপাত কৰা হয়। এই অনুষ্ঠানত নাৰীৰ সৱলীকৰণৰ ওপৰত বিশেষ ভাৱে আলোকপাত কৰা হয়।এই অনুষ্ঠানত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে চৰাইদেউ জিলাৰ বহু গণ্য মান্য লোক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आप पार्टीं के प्रांत प्रभारी गिरफ्तार जनपद जौनपुर
जनपद जौनपुर में,आप पार्टीं के प्रांत प्रभारी गिरफ्तार।मालूम होकि जनपद जौनपुर में,दिल्ली के...
মঙ্গলদৈৰ ভালুক খোৱা পাৰা সাংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান।
মঙ্গলদৈৰ ভালুক খোৱা পাৰা সাংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান।
JETPUR મોરબી ઝુલતા પૂલની દુર્ઘટનાના મૃતકોને ધોરાજીવાસીઓએ શ્રધ્ધાંજલી પાઠવી 05-11-2022
JETPUR મોરબી ઝુલતા પૂલની દુર્ઘટનાના મૃતકોને ધોરાજીવાસીઓએ શ્રધ્ધાંજલી પાઠવી 05-11-2022
Akshar News RAJKOT: Briaking... જેતપુર શહેર અને ગ્રામ્ય વિસ્તારોમાં વીજ ચેકીંગ, વીજચોરોમાં ફફડાટ
Akshar News RAJKOT: Briaking... જેતપુર શહેર અને ગ્રામ્ય વિસ્તારોમાં વીજ ચેકીંગ, વીજચોરોમાં ફફડાટ
वंचित बहुजन आघाडी,बीड जिल्हा (पश्चिम) विभागाची बैठक संपन्न
वंचित बहुजन आघाडी,बीड जिल्हा (पश्चिम) विभागाची बैठक संपन्न