অহা ৪ ফেব্ৰুৱাৰীত খানাপাৰাত এক বিশাল জনসভাত অংশ গ্ৰহন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেইবাটাও অভিলাষী প্ৰকল্পৰ শুভাৰম্ভ কৰিব। সেই উদ্দেশ্যে জনসভাত অংশ।গ্ৰহনেৰে সভাখনিৰ সফল ৰূপ দিবলৈ কাৰ্যকৰ্তাসকলক মন্ত্ৰী যোগেন মহনে আহ্বান জনায়। উক্ত সময়ছোৱাত মন্ত্ৰী গৰাকীৰ সৈতে উপসিত থাকে বিধায়িকা সুমন হৰিপ্ৰিয়া , ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মাৰ লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমন সম্পৰ্কত হাজোত দলীয় কাৰ্যকৰ্তা সকলৰ লগত আলোচনাত উপস্থিত কেবিনেট মন্ত্ৰী যোগেন মহন ।
