মহানগৰীৰ বেহাৰবাৰী সোণকুছিত আৰক্ষীৰ অভিযান
অভিযানত জব্দ প্ৰায় আঢ়ৈ কিলোঁ আফিং
গোপন খবৰৰ ভিত্তিত মিন্টু দাস নামৰ যুৱকজনৰ ঘৰত অভিযান চলাই নিচাযুক্ত সামগ্ৰী খিনি জব্দ কৰাৰ লগতে দাসক গ্ৰেপ্তাৰ কৰে
সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বশিষ্ঠ আৰক্ষীয়ে।মহানগৰীৰ বেহাৰবাৰীত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ আফিং।