মঙ্গল বাৰে এক গাম্ভীৰ্য্যপূৰ্ণ কাৰ্য্যসূচীৰে অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনৰ তৰফৰ পৰা অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনৰ লেন্স নায়ক হেমচন্দ্ৰ চেতিয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। শিৱসাগৰ স্থিত অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনৰ কাৰ্য্যালয়ৰ প্ৰাঙ্গনত এইকাৰ্য্যসূচী তথা মুকলি সভা অনুস্থিত হয়। এই মুকলি সভাত সভাপতিত্ব কৰে অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনৰ পৰিদৰ্শক হেমন্ত বৰুৱাই। উপস্থিত থাকে অসম আৰক্ষীৰ অনাতাঁৰ সংগঠন শিৱসাগৰৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া।উল্লেখযোগ্য যে এটা দিনৰ পাছত অৱসৰ গ্ৰহন কৰিব অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনৰ লেন্স নায়ক হেমচন্দ্ৰ চেতিয়াই
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাহমৰা ৰাজহ চক্ৰ আৰু দিচাংপানী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ যৌথ উদ্যোগত বাইক ৰেলী
মাহমৰা ৰাজহ চক্ৰ আৰু দিচাংপানী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ যৌথ উদ্যোগত বাইক ৰেলী
Canada के PM Trudeau को अब क्या झटका लगा, भारत से झगड़े पर अमेरिका क्या बोला? Modi | Duniyadari E934
Canada के PM Trudeau को अब क्या झटका लगा, भारत से झगड़े पर अमेरिका क्या बोला? Modi | Duniyadari E934
વલભીપુર રામદેવપીર બાપા ના મંદિર ખાતે કોળી સમાજના દસમાં સમૂહ લગ્ન લઈને કોળી સમાજના આગેવાનોની બેઠક મળી
વલભીપુર રામદેવપીર બાપા ના મંદિર ખાતે કોળી સમાજના દસમાં સમૂહ લગ્ન લઈને કોળી સમાજના આગેવાનોની બેઠક મળી
YouTube AI Feature: क्रिएटर्स की हेल्प करेगा यूट्यूब का अपकमिंग AI-पावर्ड फीचर Brainstorm with Gemini
YouTube के लिए क्रिएटर्स के लिए जल्द ही AI-पावर्ड फीचर Brainstorm with Gemini पेश करेगा। फिलहाल...
ट्रैक्टर धोते समय नदी में गिरने से युवक की मौत।
ट्रैक्टर धोते समय युवक का बिगड़ा संतुलन, नदी में गिरने से युवक की हुई मौत।
प्राप्त...