মঙলদৈত কংগ্ৰেছৰ প্ৰতিবাদী সমদলত আৰক্ষীৰ বাধা।আৰক্ষীয়ে ৰাজীৱ ভৱনতেই আবদ্ধ কৰিলে কংগ্ৰেছ কৰ্মীক।ছোনীয়া গান্ধীলৈ ED চমনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লৈছিল দৰং জিলা কংগ্ৰেছে।প্ৰশাসনৰ অনুমতি অবিহনে সাব্যস্ত কৰিছিল প্ৰতিবাদ।প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন সংসদ মাধৱ ৰাজবংশী, জিলা কংগ্ৰেছৰ সভাপতি কামেনী ডেকা, জিলা কংগ্ৰেছৰ সম্পাদক কন্দৰ্প কলিতা, মঙলদৈ টাউন মণ্ডলৰ সভাপতি ৰাকেশ বৰুৱা সহ বহু কেইগৰাকী নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে । নেশ্যনেল হেৰাল্ড পেপাৰৰ আৰ্থিক দুৰ্নীতিৰ গোচৰত কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীক এনৰ্ফোচমেন্ত ডিৰেক্তৰে সোধপোচ কৰাৰ প্ৰতিবাদত হৈছিল এই প্ৰতিবাদ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગૃહિણીઓ માટે માઠા સમાચારઃ ફરી વધ્યા સિંગતેલ ભાવ,જાણો ડબ્બે કેટલાનો થયો વધારો@live24newsgujarat
ગૃહિણીઓ માટે માઠા સમાચારઃ ફરી વધ્યા સિંગતેલ ભાવ,જાણો ડબ્બે કેટલાનો થયો વધારો@live24newsgujarat
NITI Aayog Meeting पर बोले Manoj Jha 'संसदीय लोकतंत्र नेहरू के कल्पना के बगैर नहीं चलेगी' | Aaj Tak
NITI Aayog Meeting पर बोले Manoj Jha 'संसदीय लोकतंत्र नेहरू के कल्पना के बगैर नहीं चलेगी' | Aaj Tak
સુરેન્દ્રનગર શહેરના 2 નવનિર્મિત સર્કલનું લોકાર્પણ કરાયુ
સુરેન્દ્રનગરમાં ગુરૂવારે સવારે શહેરના 2 નવનિર્મિત સર્કલનું લોકાર્પણ કરાયુ હતુ. સી.યુ.શાહ સ્કૂલ...
Haryana Elections : शुरुआती रुझानों में कभी Congress आगे, कभी BJP, आगे क्या होगा? (BBC Hindi)
Haryana Elections : शुरुआती रुझानों में कभी Congress आगे, कभी BJP, आगे क्या होगा? (BBC Hindi)