শুকুৰবাৰে সোণাৰীত আয়ুক্তৰ উপস্থিতিত চৰাইদেউ জিলাৰ ঔষধ পৰিদৰ্শকৰ নেতৃত্বত ঔষধ ব্যৱসায়ী সকলৰ সভা অনুষ্ঠিত। সোণাৰীৰ আয়ুক্ত কাৰ্যালয়ত চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ উপস্থিতিত চৰাইদেউ জিলাৰ ঔষধ পৰিদৰ্শক ডাঃ ৰিপুঞ্জয় বৰদলৈৰ নেতৃত্বত ঔষধ ব্যৱসায়ী সকলৰ সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত নিচাযুক্ত ঔষধৰ বিক্ৰীৰ সন্দৰ্ভত আৰু চৰকাৰী নিৰ্দেশ নাৰ সন্দৰ্ভত সজাগতা সম্পৰ্কে আলোচনা কৰা হয়। সভাত সোণাৰী, সাপেখাটি আৰু মৰাণৰ বিভিন্ন অঞ্চলৰ ঔষধ ব্যৱসায়ী আৰু বিক্ৰেতা সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শ্ৰমিকক ২০ শতাংশ বানাছ প্ৰদান কৰাত ধন্যবাদ জ্ঞাপন আটছাৰ তিনিচুকীয়া জিলাৰ উপ সভাপতি ৰমেন দাসে
শ্ৰমিকক ২০ শতাংশ বানাছ প্ৰদান কৰাত ধন্যবাদ জ্ঞাপন আটছাৰ তিনিচুকীয়া জিলাৰ উপ সভাপতি ৰমেন দাসে...
Holi के खास मौके पर सस्ता हो गया Samsung का ये तगड़ा Smartphone, दाम अब 10 हजार रुपये से भी कम
होली के मौके पर एक नया फोन लेने का प्लान है तो ये जानकारी आपके काम की हो सकती है। होली के इस खास...
ગુજરાતમાં ફરી વરસાદની આગાહી
વરસાદને લઈ હવામાન નિષ્ણાંત અંબાલાલ પટેલે વધુ એક આગાહી કરી છે.27 જુલાઈ થી 5 ઓગષ્ટમાં દક્ષિણ અને...
મોરબી દુર્ઘટના ને પગલે મુખ્યમંત્રી એ કચ્છ પ્રવાસ રદ કર્યો.
આજરોજ મુખ્યમંત્રીશ્રીનો ધોરડો ખાતેનો પ્રવાસ કાર્યક્રમ અનિવાર્ય કારણોસર રદ થયો છે. ધોરડો ખાતેનો...
ಬೆಂಗಳೂರಿನ ರಾಜಭವನದಲ್ಲಿ ಗೌರವಾನ್ವಿತ ಘನತೆವೆತ್ತ ರಾಷ್ಟಪತಿಗಳಾದ ಶ್ರೀಮತಿ ದ್ರೌಪದಿ ಮುರ್ಮು
ಅವರೊಂದಿಗೆ ಎಫ್ಕೆಸಿಸಿಐ ನಿಯೋಗದ ಸಭೆ.
ಬೆಂಗಳೂರಿನ ರಾಜಭವನದಲ್ಲಿ ಗೌರವಾನ್ವಿತ ಘನತೆವೆತ್ತ ರಾಷ್ಟಪತಿಗಳಾದ ಶ್ರೀಮತಿ ದ್ರೌಪದಿ ಮುರ್ಮು
...