শুকুৰবাৰে সোণাৰীত আয়ুক্তৰ উপস্থিতিত চৰাইদেউ জিলাৰ ঔষধ পৰিদৰ্শকৰ নেতৃত্বত ঔষধ ব্যৱসায়ী সকলৰ সভা অনুষ্ঠিত। সোণাৰীৰ আয়ুক্ত কাৰ্যালয়ত চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ উপস্থিতিত চৰাইদেউ জিলাৰ ঔষধ পৰিদৰ্শক ডাঃ ৰিপুঞ্জয় বৰদলৈৰ নেতৃত্বত ঔষধ ব্যৱসায়ী সকলৰ সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত নিচাযুক্ত ঔষধৰ বিক্ৰীৰ সন্দৰ্ভত আৰু চৰকাৰী নিৰ্দেশ নাৰ সন্দৰ্ভত সজাগতা সম্পৰ্কে আলোচনা কৰা হয়। সভাত সোণাৰী, সাপেখাটি আৰু মৰাণৰ বিভিন্ন অঞ্চলৰ ঔষধ ব্যৱসায়ী আৰু বিক্ৰেতা সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দূৰ্গা পূজাৰ প্ৰাকক্ষণত মৰাণহাট আৰক্ষীৰ অবৈধ সুৰাৰ বিৰুদ্ধে তীব্ৰ অভিযান
সমাগত দূৰ্গা পূজাক লৈ প্ৰস্তুতি তুংগত উঠিছে পূজা সমিতিৰ লগতে প্ৰশাসনৰ। পূজাৰ দিন কেইটাত যাতে কোনো...
સાંતલપુર 'મનરેગા યોજના' હેઠળ 500 વૃક્ષોનું વાવેતર કરાયું | SatyaNirbhay News Channel
સાંતલપુર 'મનરેગા યોજના' હેઠળ 500 વૃક્ષોનું વાવેતર કરાયું | SatyaNirbhay News Channel
কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা চিকিৎসালয় আকস্মিক পৰিদৰ্শন জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ
শিৱসাগৰঃ শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে নাজিৰা মহকুমা চিকিৎসালয়ত আকস্মিক...
ચોરાઉ મોટરસાયકલ સાથે સગીર સહિત બે ઈસમો ઝડપાયા
ચોરાઉ મોટરસાયકલ સાથે સગીર સહિત બે ઈસમો ઝડપાયા