শিৱসাগৰ জিলাৰ দিছিয়ালত বুধবাৰে অসম উন্নতি সভাৰ উদ্যোগত স্থাপন কৰা বয়ন কেন্দ্ৰৰ শুভ উদ্বোধন কৰে সদৌঅসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক শংকৰ জ্যোতি বৰুৱাই। অসম উন্নতি সভা আৰু সন্মিলিত সেৱা শিৱসাগৰৰ যৌথ উদ্যোগত এই বয়ন কেন্দ্ৰ স্থাপন কৰা হয়। এই কাৰ্য সমাপনত উপস্থিত থাকে সদৌ অসম ছাত্ৰসন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমীৰণ ফুকন, ধ্ৰুৱ কলিতা, শিৱসাগৰ বানি জ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰ জ্যোতি মহন্ত, শিৱসাগৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ প্ৰৱক্তা তথা সন্মিলিত সেৱাৰ জিলা সভাপতি উৎপল দত্ত, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন শিক্ষা সম্পাদক তথা বৰ্তমানৰ অসম উন্নতি সভাৰ কেন্দ্ৰীয় সম্পাদক আৰু সন্মিলিত সেৱা শিৱসাগৰৰ সম্পাদক শৰৎ হাজৰিকাৰ উপৰিও জিলা ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলৰ লগতে উপস্থিত থাকে জিলা খনৰ বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रोहा शाखा अभामामस ने दी हार्टथ्रूब जुबिन गर्ग को भावभीनी श्रद्धांजलि ।
अखिल भारतीय मारवाड़ी महिला सम्मेलन रोहा शाखा की सदस्याओं ने आज सांय ५बजे रोहा पंचायती ठाकुरबाडी...
Nitish Kumar: भरी सभा में नीतीश कुमार ने मानी गलती, कहा- अब आगे ऐसा नहीं होगा, मुसलमानों से कह दी बड़ी बात
Bihar Politics in Hindi: मुख्यमंत्री नीतीश कुमार आज पूर्वी चंपारण के केसरिया में एनडीए...
DEYODAR // દિયોદર પોલીસ ની શી ટીમ દ્વારા સિનિયર સિટીઝનો ના ઘરે જઈ કાયદા અંગે જાગૃત કરવામાં આવ્યા..
દિયોદર પોલીસ સ્ટેશન શી ટિમ દ્વારા સિનિયર સિટીઝન સાઇબર ક્રાઇમ જાગૃતિ અભિયાન અંતર્ગત પોલીસ સ્ટેશન...
અમીરગઢના રામ જીયાણી પાસે હિટ એન્ડ રનની ઘટના બે ના મો--ત
અમીરગઢના રામ જીયાણી પાસે હિટ એન્ડ રનની ઘટના બે ના મો--ત
जोधपुर में महिला के शरीर के टुकड़े-टुकड़े किए:बोरे में डालकर घर के बाहर जमीन में गाड़ा
जोधपुर में 50 साल की महिला अनीता के दोनों हाथ, पैर और गर्दन को काटकर जमीन में गाड़ने के मामले में...