শিৱসাগৰ জিলাৰ দিছিয়ালত বুধবাৰে অসম উন্নতি সভাৰ উদ্যোগত স্থাপন কৰা বয়ন কেন্দ্ৰৰ শুভ উদ্বোধন কৰে সদৌঅসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক শংকৰ জ্যোতি বৰুৱাই। অসম উন্নতি সভা আৰু সন্মিলিত সেৱা শিৱসাগৰৰ যৌথ উদ্যোগত এই বয়ন কেন্দ্ৰ স্থাপন কৰা হয়। এই কাৰ্য সমাপনত উপস্থিত থাকে সদৌ অসম ছাত্ৰসন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমীৰণ ফুকন, ধ্ৰুৱ কলিতা, শিৱসাগৰ বানি জ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰ জ্যোতি মহন্ত, শিৱসাগৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ প্ৰৱক্তা তথা সন্মিলিত সেৱাৰ জিলা সভাপতি উৎপল দত্ত, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন শিক্ষা সম্পাদক তথা বৰ্তমানৰ অসম উন্নতি সভাৰ কেন্দ্ৰীয় সম্পাদক আৰু সন্মিলিত সেৱা শিৱসাগৰৰ সম্পাদক শৰৎ হাজৰিকাৰ উপৰিও জিলা ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলৰ লগতে উপস্থিত থাকে জিলা খনৰ বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહેસાણા ખાતે આજ રોજ મહિલા ઉદ્યોગ કેન્દ્ર નું ઉદ્ઘાટન કરવામાં આવ્યું@live24newsgujarat
મહેસાણા ખાતે આજ રોજ મહિલા ઉદ્યોગ કેન્દ્ર નું ઉદ્ઘાટન કરવામાં આવ્યું@live24newsgujarat
सायबर फ़्रॉड से बचने के लिए तत्काल काल करे 1930 पर
किसी भी फ़्रॉड काल से बचने के लिए तत्काल सहायता नंबर 1930 पर कॉल करे और अपने को फ़्रॉड होने से बचाए
পূৰ্ণখুমডুমৰ ৰাজহুৱা পুখুৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ
কামৰূপ জিলাৰ হাজো সমষ্টিৰ কঞাঁ আৰক্ষী থানাৰ অন্তৰ্গত পূৰ্ণখুমডুম গাৱঁৰ ৰাজহুৱা পুখুৰীত আজি পূৱাই...
Parliament Special Session: Central Hall में Mallikarjun Kharge से मिले PM Modi। Joint session
Parliament Special Session: Central Hall में Mallikarjun Kharge से मिले PM Modi। Joint session
कोटा के निजी हॉस्पिटल में व्यक्ति की मौत हंगामा हो गया। परिजनों ने कुछ लोगों पर पैसों के लिए धमकाने का आरोप लगाया। इसी दौरान दो पक्षों में झगड़ा हो गया।
कोटा के निजी हॉस्पिटल में व्यक्ति की मौत हंगामा हो गया। परिजनों ने कुछ लोगों पर पैसों के लिए...