ঢকুৱাখনা হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত লৈ সজাগতা ৰেলি কন কন শিক্ষাথীৰ।

দেশৰ স্বাধীনতা ৭৫ সংখ্যক দিৱস হীৰক জয়ন্তী উপলক্ষে অযোজিত হৰ ঘৰ ত্ৰিৰংগা কার্যসূচী সফল কৰিবলৈ গাঁৱৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ঢকুৱাখনা এদল কন কণ শিক্ষাৰ্থীয়ে সজাগতা ৰেলি উলিয়াই।

ঢকুৱাখনা ঘাঁহিগাঁও প্ৰাথমিক বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীৰ সকলে পুৱাই ঘাঁহি গাঁও আৰু কচু গাঁওৰ মাজেৰে শিক্ষক শিক্ষয়িত্ৰী সকলৰ সহযোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল কৰি তুলিবলৈ সজাগতা ৰেলি উলিয়াই।