দেশৰ ৭৫ তম বৰ্ষপুতি উপলক্ষে চিমেনচাপৰিত জোনাই মহকুমা প্ৰশাসনৰ বিশাল চাইকেল ৰেলী কাৰ্যসূচী ৰূপায়ন

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৫ সংখ্যক বৰ্ষপুতি উপলক্ষে 'আজাদী কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি ' ঘৰ ঘৰ তিৰংগা' উপলক্ষে আজি জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু চিমেন চাপৰি, চমকং , মিছামৰা আৰু ডেকাপাম এই চাৰিখন পঞ্চায়তৰ সহযোগত বিশাল চাইকেল ৰেলী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰশাসনৰ উদ্যোগত অনুষ্টিত কাৰ্যসূচীখন চিমেন চাপৰিস্হিত গাওপঞ্চায়তৰ কাৰ্যালয়ৰ পৰা চমকং পঞ্চায়ত মিছামৰা , ডেকাপাম আৰু তেলাম হৈ প্ৰায় ৭০ কি.মি. পথ চাইকেলেৰে ৰেলী কৰি ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে প্ৰতিটো ঘৰে ঘৰে পতাকা উত্তোলনৰ ওপৰত সজাগতাৰ সৃষ্টি কৰে।