স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে প্ৰভাত ফেৰী কাৰ্যসূচী ৰূপায়ণ কৰিলে গোলাঘাটৰ চিনাতলীত । শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি ১ নং ভোলাগুৰি প্ৰাথমিক বিদ্যালয়ৰ দ্বাৰা উলিওৱা হয় এক বৃহৎ সমদল । বিদ্যালয়ৰ ছাত্ৰই প্ৰতীকী ৰূপত উপস্থাপন কৰিলে মহামানৱ মহাত্মা গান্ধীক ।প্ৰভাত ফেৰীত অংশ লয় বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক আৰু স্থানীয় ৰাইজে । হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ বন্দে মাতৰম ধ্বনি দি ওলাই আহিল কণ কণ ছাত্ৰ-ছাত্ৰীসকল । দেশপ্ৰেমমূলক গীত গাই অতি আনন্দেৰে শোভাযাত্ৰাত অংশ লৈছে সকলোৱে । গ্ৰামাঞ্চলতো স্বাধীনতাৰ অমৃত মহোৎসৱৰ আয়োজনত পূৰ্ণ সহযোগ আগবঢ়াইছে সকলোৱে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान के घर-घर में लगेगा ‘स्मार्ट मीटर’, बिजली का बिल भी आएगा कम; पोस्टपेड और प्री-पेड की तरह मिलेगी सुविधा
राजस्थान में सभी बिजली उपभोक्ता अब स्मार्ट मीटर से लैस हो जाएंगे। करीब 1.43 करोड़ कनेक्शनधारियों...
બનાસકાંઠામાં વિધાનસભાની ચૂંટણીમાં વાવ ભાજપ ઉમેદવાર સહીત 20 ઉમેદવારોએ હીસાબ ન આપતાં નોટીસ ફટકારી
થરાદમાં 11, વાવ-વડગામમાં 3-3 અને પાલનપુર-ડીસા-ધાનેરા 1-1 ઉમેદવારોને ચૂંટણી ખર્ચ અંગે હીસાબ ન...
शेतकऱ्यांचा मोर्चा पूर्णा तहसीलवर धडकला
पूर्णा(प्रतिनिधी)तालुक्यतील शेतकऱ्यांचा मोर्चा आज सोमवारी (दि.१९) दुपारी पूर्णा तहसील कार्यालयावर...
बोरखेड़ा इलाके में हुए सुसाइड में गलत हुई मृतक की पहचान, रुद्र मीणा की जगह प्रीतम गोस्वामी ने किया सुसाइड
बोरखेड़ा थाना क्षेत्र के नयनोहरा इलाके में पुलिस ने फायरिंग के बदमाशों की लोकेशन ट्रेस कर उसके...
વડોદરા જિલ્લા ના ડભોઇ તાલુકા ના ખેડૂતો ને કિસાન સૂર્યોદય યોજના અંતર્ગત સમયસરવીજળી ન મળતા રજુઆત કરાઈ
વડોદરા જિલ્લા ના ડભોઇ તાલુકા ના ખેડૂતો ને કિસાન સૂર્યોદય યોજના અંતર્ગત સમયસરવીજળી ન મળતા રજુઆત...