ৰঙাপৰা সমষ্টিত ফুটবল টুৰ্নামেন্ট। শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিত অনুস্থিত হৈছে ফুটবল টূৰ্নামেন্ট। সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত ৰাজেন বৰঠাকুৰৰ সোঁৱৰনত সমষ্টি ভিত্তিত আয়োজন কৰা হৈছে এই খেলখন । সমষ্টিৰ মুঠ ১৮ টা আৰু দুটা পৌৰসভাৰ পৰা মুঠ ২০ টাকৈ দলে অংশ গ্ৰহন কৰা খেলখনিৰ শুভাৰম্ভ কৰে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ।

ঘোড়াঁমাৰী ৰাজহুৱা খেলপথাৰত অনুস্থিত এই ফুটবল খেলখনিত চিলনী পঞ্চায়ত FC আৰু মানশীৰি পঞ্চায়ত FC মাজত হোৱা এই খেলখনিত পানীপোতা FC য়ে ৩-০ ব্যবধানত বিজয় সাব্যস্ত কৰে ।