শনিবাৰে চৰাইদেউ জিলাৰ জজঁলি পাচ আলিত অৱস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ মুখ্য কাৰ্যালয়ত মাহমৰা সমষ্টিৰ তিনিওটা মণ্ডলৰ এখন।জৰুৰী গুৰুত্ব পূৰ্ণ সাংগাঠনিক সভা অনুষ্ঠিত হয়। এই সভাত চৰাইদেউ।জিলাৰ বিজেপিৰ সভাপতি লক্ষীনাথ তাছা, যোৰহাট সমষ্টিৰ বিস্তাৰক নন্দ কিশোৰ গোস্বামী , চৰাইদেউ জিলা বিজেপিৰ প্ৰভাৰী সুভাষ দত্ত জিলাসমিতিৰ সাধাৰণ সম্পাদক অজন্ত বৰুৱা,তিনিওটা মণ্ডলৰ সভাপতি সকল, শক্তিকেন্দ্ৰৰ।আহ্বায়ক সকল আৰু লগতে মণ্ডলৰ।বুথ।বিষয় ববীয়া উপস্থিত থাকে।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |