নলবাৰী জিলাৰ দিপ্তা সুৰাদীত তৃতীয় -চতুৰ্থ বৰ্গৰ সদ্য নিযুক্তিপ্ৰাপ্ত পাচ গৰাকী প্ৰাৰ্থীক সম্বৰ্ধণা নুৰানী মাদ্ৰাছাতুলৰ ৷

সমষ্টিটোত ভালেসংখ্যক নিৱনুৱাই 

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱত গাওখনলৈ এক আনন্দৰ জোৱাৰ উঠে ৷

দিপ্তা-সুৰাদীত হোৱা আজিৰ এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰাৰ্থী কেইজনক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় দিপ্তা আঞ্চলিক নুৰানী মাদ্ৰাছাতুলৰ বানাত কাৰ্যকৰ্তাসকলে ।

 স্বচ্ছ আৰু নিকা পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰা বাবে দুখীয়া মেধাবী পৰিয়ালসমুহৰ ল'ৰা-ছোৱালীয়ে সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা বুলি মত ব্যক্ত কৰি অসম চৰকাৰক ধন্যবাদ জনায় সম্বৰ্ধিত প্ৰাৰ্থীসকলে।

অনুস্হানত ভালেসংখ্যক লোক উপস্থিত থাকি শৈক্ষিক ভাষণ ৰাখে ৷উল্লেখ যে এইবাৰ চাকৰি লাভ কৰা যুৱক কেইজন নাম বোৰ ইকবাল হুছেইন গৌতম মেধী ইমৰাণ হুছেইন ইৰাজ হুছেইন সোণজিত আহমেদ ।