অহা জানুৱাৰী মাহৰ ৩ তাৰিখৰ পৰা ৬ তাৰিখলৈকে শিৱসাগৰ জিলা গুণোৎসৱ-২০২৪ৰ কাৰ্য্যসূচীসমূহ ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে ৷ উল্লেখযোগ্য যে, গুণোৎসৱৰ সমূহ কাৰ্য্যসূচী সুন্দৰ আৰু সফলভাৱে অনুষ্ঠিত কৰিবলৈ জিলাখনৰ বিদ্যালয়সমূহত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক কৰি বিদ্যালয় সমূূূূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে ইতিমধ্যে জাননী জাৰি কৰিছে ৷ এই গুণোৎসৱ সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে অভিভাৱক-অভিভাৱিকা আৰু সকলো ৰাইজৰ সহায়-সহযোগিতা একান্তই কামনা কৰিছে ৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Infinix W1 Qled TV Review: किफायती रेंज में आती है इनफिनिक्स की य़े टीवी, मिलती है बेहतर पिक्चर क्वालिटी और स्लीक डिजाइन
Infinix W1 Qled TV Review इनफिनिक्स अपने कस्टमर्स के लिए समय-समय पर बजट गैजेट्स और डिवाइस लाता...
INDIAN COAST GUARD CONDUCTS:STATE LEVEL MARITIME SEARCH AND RESCUE WORKSHOP (MSAR-24)
Under aegis of NAMSAR Board, a State-level Maritime Search and Rescue Workshop (MSAR-24) was...
શહેરા પાલિકાનાં ભ્રષ્ટ શાસકોનાં ભ્રષ્ટાચારની ગાથામાં વધુ એક કૌભાંડ, ગુણવત્તા વિનાનો વિકાસ શરમજનક છે…!!! નગરપાલિકા માટે શરમજનક શું..???
શહેરા નગર ની સિંધી ચોકડી પાસે મેઈન બજાર તરફ જતા રસ્તામાં ગટર લાઈન નું કામ કરવામાં આવી રહ્યું છે....