শুকুৰবাৰে দিনৰ দহ বজাৰ পৰা প্ৰায় দুটাঘণ্টা অতিবাহিত কৰে ৰাজ্যপাল গোলাৱচান্দ কাটাৰিয়াই। অসমৰ সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰা প্ৰতিকীৰূপত পৰিচয় দাঙি ধৰাহয় ৰাজ্যপাল গৰাকীৰ আগত। চেলেং চাদৰ, সফুঁৰা, মুখাৰ উপহাৰ ৰাজ্যপালগৰাকীলৈ আগবঢ়োৱা হয়। প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই উষ্ম আদৰণি জনায় ৰাজ্যপাল গৰাকীক।এই সময়ছোৱাত অসম চৰকাৰৰ শিক্ষাসচিব ননী গোপাল মহন্তৰ লগতে বহুসংখ্যক গণ্য -মান্য ব্যক্তিৰ উপৰিও কাষৰীয়া কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ আৰু শিষ্য সকলৰ উপস্থিতিৰে এক বৰ্ণাঢ্য কাৰ্যসূচীৰ ৰূপায়িত কৰাহয় ।ৰাজ্যপাল গৰাকীৰ আগত মুখা ভাঁওনা আৰু বৰগীত পৰিবেশন কৰাহয়। অসমৰ সত্ৰীয়া সংস্কৃতি পৰম্পৰাআৰু ৰীতি দেখি ৰাজ্যপাল গৰাকী আপ্লুত হয়।শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাকে আদি কৰি জিলা প্ৰশাসনৰ বহূকেইগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে ৰাজ্যপাল গৰাকীৰ ভ্ৰমন কাৰ্য্যসূচীত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા પાલનપુર હાઇવે પર ચાલુ કારમાં આગ લાગતા અફડાતફડી..
ડીસા-પાલનપુર હાઇવે પર ચાલુ કારમાં આગ લાગતા અફડાતફડી..
રિપોર્ટ નીરજ બોરાણા બનાસકાંઠા
ચાલુ...
▶️হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বোৰ্ধনা বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োৰ
▶️হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বোৰ্ধনা বিটিআৰৰ এমচিএলএ পবিত্ৰ...
Israel-Palestine War: हमास ने 20 मिनट में दाग दिए 5000 रॉकेट्स, इजरायल में ऐसी तबाही
Israel-Palestine War: हमास ने 20 मिनट में दाग दिए 5000 रॉकेट्स, इजरायल में ऐसी तबाही
દારૂ નો જથ્થો મળી 9 Lakh નો લાખ ઉપરાંત નો મુદ્દામાલ PCB એ કબ્જે કરાયો
દારૂ નો જથ્થો મળી 9 Lakh નો લાખ ઉપરાંત નો મુદ્દામાલ PCB એ કબ્જે કરાયો
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফুলেৰচৰ গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ পৰা "হৰ ঘৰ ত্ৰিৰংগা"ৰ পদযাত্ৰা :::
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফুলেৰচৰ গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ পৰা "হৰ ঘৰ ত্ৰিৰংগা"ৰ পদযাত্ৰা