যোৰহাট লিচুবাৰিৰ গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত এজনক আটক কৰিছে মৰাণ আৰক্ষীয়ে । ডিব্ৰুগড় জিলাৰ মৰিণ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মৰাণ আৰক্ষীৰ নাকা চেকিঙত আটক তিতাবৰৰ অচ্যুট গগৈ নামৰ যুৱকজন । পাছিঘাটলৈ বুলি এখন ট্ৰাকত হেন্দিমেনৰ বেশত আহিছিল অচ্যুট গগৈ । আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালকজনকো আটক কৰিছে । সম্প্ৰতি দুই জনকে মৰাণ আৰক্ষীয়ে যোৰহাট আৰক্ষীক গতাই দিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बैसवारा डिग्री कॉलेज में आर्थिक रूप से कमजोर छात्र छात्राओं को वितरण किया जाएगा सहायता राशि
रायबरेली - लालगंज बैसवारा महाविद्यालय में आर्थिक रूप से कमजोर छात्र एवं छात्राओं को...
Sabarkantha: વડાલી તાલુકાના ૭૬ માં વન મહોત્સવ ની ઉજવણી વડાલી તાલુકાના કુબાધરોલ ખાતે થઈ| Vadali News
Sabarkantha: વડાલી તાલુકાના ૭૬ માં વન મહોત્સવ ની ઉજવણી વડાલી તાલુકાના કુબાધરોલ ખાતે થઈ| Vadali News
10 हजार रुपये से कम में मिल रहा है ये धांसू 5G फोन, पावरफुल प्रोसेसर, बड़ी बैटरी सबकुछ मिलता है इसमें
अगर आप 10 हजार रुपये से कम में एक नया फोन खरीदना चाहते हैं। तो फ्लिपकार्ट पर मिल रही इस डील के...